O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala

Song: O Xokhi Ahibo Piya (অ’ সখি আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখি আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া । সখীৰে চকুৰে নিয়ৰ জকে মকাই লাৱনী গালতে আহিব পিয়া । আমাৰে সখীয়ে ইনাই বিনাই বিৰহৰ বেদনাতে মিলন বাসনাতে আহিব পিয়া ।।

Janu Janu Janu Song Lyrics By Jyoti Prasad Agarwala

Song: Janu Janu Janu (জানো জানো জানো) Singer: Jyoti Prasad Agarwala Janu Janu Janu Song Lyrics Janu Janu Janu Song Lyrics:– জানো জানো জানো বিফলে নাযায় মোৰো গানো মোৰ য’ত অশ্ৰুজল তীৰ্থ জলেৰে মিলি উজলিব পৃথিৱীৰ কোষাই কোষাই জানো জানো জানো । মোৰ য’ত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান জানো জানো জগাব সি বিশ্বৰ প্ৰাণো । … Read more

Haju Ho Nabajuwan Lyrics By Jyoti Prasad Agarwala

Song: Haju Ho Nabajuwan (সাজু হ নৱজোৱান) Singer: Jyoti Prasad Agarwala Haju Ho Nabajuwan Lyrics Haju Ho Nabajuwan Lyrics:— সাজু হ’, সাজু হ’, নৱজোৱান সাজু হ’, সাজু হ’, নৱজোৱান তই কৰিব লাগিব অগ্নিস্নান । জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন জয় শংখ বজা পৃথিৱী কঁপাই অত্যাচাৰকো কৰি বৰণ । স্বাধীনতা ধন নতু মৰণ লোহাৰে শিলেৰে … Read more

Mur Aaji Xandhiyar Lyrics By Jyoti Prasad Agarwala

Song: Mur Aaji Xandhiyar (মোৰ আজি সন্ধিয়াৰ) Singer: Jyoti Prasad Agarwala Mur Aaji Xandhiyar Lyrics Mur Aaji Xandhiyar Lyrics:— মোৰ আজি সন্ধিয়াৰ গানৰ কথা প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা গোপনৰ বাণী মৰমেৰে সানি গানতে মিলাই গালে উলিয়াব জানো তোৰ চকুৰ পানী? আকুল ই কণ্ঠৰ গানে ক’ব জানো তোৰ কাণে কাণে মোৰ হিয়া নিজানৰ নুফুটা ব্যাথা? মোৰ আজি সন্ধিয়াৰ … Read more

Jay Alokmoy Lyrics By Jyoti Prasad Rabha

Song: Jay Alokmoy (জয় আলোকময়) Singer: Jyoti Prasad Agarwala Jay Alokmoy Lyrics  Jay Alokmoy Lyrics:— জয় আলোকময় অনাদি-অনন্ত প্ৰসাৰী বিশ্বজীৱন জ্যোতি জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি কোটি বিশ্বব্যাপক হে’ মহামনাধীপ বিশ্বজীৱন জ্যোতি প্ৰণতি, প্ৰণতি, প্ৰণতি ।।

Avravedi Ur Lyrics By Jyoti Prasad Agarwala

Song: Avravedi Ur (অভ্ৰভেদী উৰ) Singer: Jyoti Prasad Agarwala Avravedi Ur Lyrics Avravedi Ur Lyrics:— উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ নীল আকাশত উৰ, তৰাৰ মাজত উৰ সবাৰে ওপৰে উৰ অ’ মোৰ তিনিবৰণীয়া ভাৰতৰে পতাকা । আলোকি বিমান উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান । সত্যৰ আলোকেৰে দিগন্ত উজলি অহিংস শান্তিৰ বাণী প্ৰচাৰি মহান সূৰুযৰ দৰে দীপ্তিমান … Read more

Aamare Xokhiya Lyrics By Jyoti Prasad Agarwala

Song: Aamare Xokhiya (আমাৰে সখিয়া) Singer: Jyoti Prasad Agarwala Aamare Xokhiya Lyrics Aamare Xokhiya Lyrics:– আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই । দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি মাৰে গাতে ছাটি মাৰি যায় । চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই সখিয়াৰ … Read more

Hopun Paror Moi Lyrics By Jyoti Prasad Agarwala

Song: Hopun Paror Moi (সপোন পাৰৰ মই) Singer: Jyoti Prasad Agarwala Hopun Paror Moi Lyrics Hopun Paror Moi Lyrics:— সপোন পাৰৰ মই সপোন কুঁৱৰী অমিয়া মাধুৰী মই আনো বিচাৰি মই যে মায়াবিনী মই যে কুহকিনী হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি সুখ দুখ কত চাওঁ হাঁহো মৃদু মৃদু কৰি ।।

Junaki Karengot Lyrics By Jyoti Prasad Agarwala

Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Junaki Karengot Lyrics Junaki Karengot Lyrics:– জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় । আমাৰে নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই আমাৰ নিমাতীজনী নীল সাগৰৰ হীৰা মণি অৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি হাঁহো হাঁহো কৈ চকু … Read more

Mur Raag Karabire Lyrics By Jyoti Prasad Agarwala

Song: Mur Raag Karabire (মোৰ ৰাগ কৰবীৰে) Singer: Jyoti Prasad Agarwala Mur Raag Karabire Lyrics Mur Raag Karabire Lyrics:– মোৰ ৰাগ কৰবীৰে পতা ল’বি পূজা চিৰ সুন্দৰ ! হে চিৰ সুন্দৰ ! তোৰে সুৰেৰে মই ৰচিলোঁ কতনো গান বুজা-নুবুজা ল’বি পূজা । মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান মনে মনে সোণোৱালী সপোন বিভোৰ সপোনৰো সপোনত … Read more