Xaat Hagoror Dekh Lyrics By Jyoti Prasad Agarwala

Song: Xaat Hagoror Dekh (সাত সাগৰৰ দেশ) Singer: Jyoti Prasad Agarwala Xaat Hagoror Dekh Lyrics Xaat Hagoror Dekh Lyrics:— সাত সাগৰৰ দেশ বিদেশৰ তেৰ নদীৰ পাৰে আমাৰ দেশৰ নানা বৰণৰ নানান নিচান উৰে । নানা খনিকৰে নানা কাৰিকৰে যতনেৰে যিখিনি কৰে নোহোৱা নোপোৱা কত অমূল্য বাহানি গঢ়িছে নৰে । তাকে তোমালৈ মাত পাবলৈ আনিছো সকলোটি মাতা অ’ … Read more

Bowa Bowa Dakkhin Moloya Lyrics | Jyoti Prasad Agarwala

Song: Bowa Bowa Dakkhin Moloya (বোঁৱা বোঁৱা দক্ষিণ মলয়া) Singer: Jyoti Prasad Agarwala Bowa Bowa Dakkhin Moloya Lyrics  Bowa Bowa Dakkhin Moloya Lyrics:– বোঁৱা বোঁৱা দক্ষিণ মলয়া তটিনী গোৱা সমীৰণে আহি পৰাণ জুৰালে আ-হা । কোন নন্দনত পাৰিজাত ফুলে বিলাই সুৰভি বিয়াকুল কৰে কোন তটিনী বয়, কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কই নিজৰি, … Read more

Aaideur Bulonit Lyrics | Jyoti Prasad Agarwala

Song: Aaideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aaideur Bulonit Lyrics  Aaideur Bulonit Lyrics:— আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকেমিকায় ৷ জোনাকী বাটেদি চিত্ৰলেখীয়ে ন জীৱনৰে ফুলে ফুলায় ৷ আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰ বুকু কঁপায় ৷

Akolxoriya Buli Kune Kole Lyrics | Jyoti Prasad Agarwala

Song: Akolxoriya Buli Kune Kole (অকলশৰীয়া বুলি কোনে ক’লে) Singer: Jyoti Prasad Agarwala Akolxoriya Buli Kune Kole Lyrics Akolxoriya Buli Kune Kole Lyrics:— অকলশৰীয়া বুলি কোনে ক’লে ? মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে চকুলো তোৰ পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ ৷ তোৰ ভিতৰে বাহিৰে আছে তাকে আঁকোৱালি তোৰ চিৰসখা চিৰসুন্দৰ তোৰ, প্ৰাণে মনে ব্যাপি আছে তোৰ চিৰলগৰীয়া যুগ … Read more

Jananir Xontan Jaga Lyrics | Jyoti Prasad Agarwala

Song: Jananir Xontan Jaga (জননীৰ সন্তান জাগা) Singer: Jyoti Prasad Agarwala Jananir Xontan Jaga Lyrics Jananir Xontan Jaga Lyrics:— জননীৰ সন্তান জাগা জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ । মৃত্যু গছকি আনা জয় জিনি কৰি দুৰ্জয অভিযান । শক্তি গায়ত্ৰী মনত পেলোৱা  হ’বা দুৰ্নীবাৰ তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান  অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ অজেয নৱ- জোৱান … Read more

Bijuli Batire Saki Joluwa Lyrics | Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা  কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম অনুবীক্ষণৰ … Read more

Moi Janatar Prane Prane Lyrics | Jyoti Prasad Agarwala

Song: Moi Janatar Prane Prane (মই, জনতাৰ প্ৰাণে প্ৰাণে) Singer: Jyoti Prasad Agarwala Moi Janatar Prane Prane Lyrics Moi Janatar Prane Prane Lyrics:– মই, জনতাৰ প্ৰাণে প্ৰাণে  শিল্পী দেখিলোঁ সেই গুণেহে গানৰে মাতিলোঁ৷ জনতা মনৰ জনতা প্ৰাণৰ শিল্পী আজি জাগে জোনাকী বাটৰ বাটৰুৱাৰ আহি লগ লাগে কলাময়ী মহাজীৱনত আপোন প্ৰকাশ মাগে৷ আজি জনতাৰ মহাশিল্পী প্ৰকাশলৈ বিকাশলৈ যায় … Read more

Jilika Pakhire Lyrics | Jyoti Prasad Agarwala

Song: Jilika Pakhire (জিলিকা পাখিৰে) Singer: Jyoti Prasad Agarwala Jilika Pakhire Lyrics Jilika Pakhire Lyrics:— জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই ৰঙা সেউজীয়া তৰাফুটুকীয়া তোৰ গোট গাৱতে অ’ সোন ম’ৰা চৰাই । জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি তোৰ মৰমতে মৰো অ’ সোণ ম’ৰা চৰাই।

Biswa Xobhat Lyrics | Jyoti Prasad Agarwala

Song: Biswa Xobhat (বিশ্ব সভাত) Singer: Jyoti Prasad Agarwala Biswa Xobhat Lyrics Biswa Xobhat Lyrics:– বিশ্ব সভাত  গান গাবলৈ  কোন যাবি কোন যাবি জন পূজাৰ মনৰ কাজল পিন্ধি আহিবি ৷ খোপাতে তই পিন্ধি লবি নতুন আমৰ মল মাটিৰ ঘটত ভৰি লবি সেৱাতীৰ্থ জল বুকুতে তই লবি আঁৰি নতুন ফুলৰ সাতেসৰী নতুন ভাবৰ বাখৰপতা জোনবিৰি তই পিন্ধি নতুন … Read more

Jauti Jugiya Dhone Mur Lyrics | Jyoti Prasad Agarwala

Song: Jauti Jugiya Dhone Mur (যাউতিযুগীয়া ধনে মোৰ) Singer: Jyoti Prasad Agarwala Jauti Jugiya Dhone Mur Lyrics Jauti Jugiya Dhone Mur Lyrics:— যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। স্মৃতিৰ ছবিখনি প্ৰণয় … Read more