Ture Mure Alookore Jatra Lyrics | Jyoti Prasad Agarwala

Song: Ture Mure Alookore Jatra (তোৰে মোৰে আলোকৰে যাত্ৰা) Singer: Jyoti Prasad Agarwala Ture Mure Alookore Jatra Lyrics Ture Mure Alookore Jatra Lyrics:— তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ! সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে৷ প্ৰচাৰিত আলোকবাণী আগবাঢ়ে যুগগ্ৰামী তৰুণ সেনানী আজি … Read more

Aji Jaga Mur Matri Lyrics | Jyoti Prasad Agarwala

Song: Aji Jaga Mur Matri (আজি জাগা মোৰ মাতৃ) Singer: Jyoti Prasad Agarwala Aji Jaga Mur Matri Lyrics Aji Jaga Mur Matri Lyrics:— আজি জাগা মোৰ মাতৃ জাগা আজি জোনাকী বাটৰ যত শকতিৰূপিনী আৱিযাত্ৰী ৷ আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ বাবে জাগা জননী জাতি… প্ৰালয়িকী ছন্দে… অভিনৱ জীৱনৰ সুৰ লয় তালে মানে আলোকময়ী গানে গন্ধে ৷ জাগা নৱ … Read more

Agnire Moi Khela Lyrics | Jyoti Prasad Agarwala

Song: Agnire Moi Khela (অগ্নিৰে মই খেলা) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Lyrics Agnire Moi Khela Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ অগ্নিৰে ধেমালি ৷

Bukur Tezere Likha Gaan Lyrics- Jyoti Prasad Agarwala

Song: Bukur Tezere Likha Gaan (বুকুৰ তেজেৰে লিখা গান) Singer: Jyoti Prasad Agarwala Bukur Tezere Likha Gaan Lyrics Bukur Tezere Likha Gaan Lyrics:— বুকুৰ তেজেৰে লিখা গান মোৰ  চকুৰ পানীৰে নমচিবি চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি৷ মোৰ, সুৰৰ চুমাত কোন কোন সাৰ পাৱ? মোৰ গান শুনি, কোন কোন ভোল যাৱ? মই কোৱা সেই জোনাকী … Read more

O Amar Gaon (অ’ আমাৰ গাঁও) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: O Amar Gaon (অ’ আমাৰ গাঁও) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:— অ’ আমাৰ গাঁও ! আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ’ আমাৰ গাওঁ । দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰী নহয় পাছ পৰা অ’ আমাৰ … Read more

Amare Xokhiya (আমাৰে সখিয়া) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: Amare Xokhiya (আমাৰে সখিয়া) Singer: Jyoti Prasad Agarwala About Jyoti Prasad Agarwala Jyoti Prasad Agarwala, a luminary in Assamese culture, was a multifaceted genius—a poet, filmmaker, playwright, and composer. Recognized as the “Rupkonwar” of Assam, his contributions reverberate through the realms of literature, music, and cinema. His pioneering efforts in establishing Assamese cinema with the film … Read more

Moi Gaan Bisari (মই গান বিচাৰি) | Lyrics In Assamese | Jyoti Prasad Rabha

Song: Moi Gaan Bisari (মই গান বিচাৰি) Singer: Jyoti Prasad Rabha Moi Gaan Bisari Lyrics Moi Gaan Bisari Lyrics:— মই গান বিচাৰি  কোন দেশলৈ যাওঁ বিশ্বসুৰৰ ন ৰূপটো ক’ত বিচাৰি পাওঁ কোন দেশলৈ যাওঁ? পুৱাৰ ৰাগে গুমৰি ক’লে সোণ সন্ধিয়াত পাবি সোণ সন্ধিয়ৰ সুৰে ক’লে তৰা-দেশত চাবি৷ লাজকিৰীয়া গাঁৱৰ সুৰে ক’লে যাবি দূৰ বৰচহৰৰ কাৰেঙ ঘৰত শুই … Read more

Mur Ganot Jole (মোৰ গানত জ্বলে) | Lyrics In Assamese | Jyoti Prasad Rabha

Song: Mur Ganot Jole (মোৰ গানত জ্বলে) Singer: Jyoti Prasad Rabha Mur Ganot Jole Lyrics Mur Ganot Jole Lyrics:— মোৰ গানত জ্বলে  শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ৷ মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্ব্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃতি সাৱধান৷  মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷ প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত … Read more

Jauti Jugiya (যাউতিযুগীয়া) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: Jauti Jugiya (যাউতিযুগীয়া)  Singer: Jyoti Prasad Agarwala Jauti Jugiya Lyrics                                              Jauti Jugiya Lyrics:— যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন প্ৰাণতে দিলা মোক  মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত … Read more

Aideur Bulonit Lyrics | আইদেউৰ বুলনিত | Jyoti Prasad Agarwala

Song: Aideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aideur Bulonit Lyrics:—- আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকমিকায় জোনাকী বাটেদি চিত্রলেখীয়ে ন জীৱনৰে ফুলে ফুলায় আইদেউৰ যঁতৰত সুৰে গুন গুনালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্ৱলে মনে তৰা আইদেউৰ বুকু কঁপায়