Beli Porile Lyrics | Angaraag Mahanta (Papon)

Song : Beli Porile Singer : Papon Album : Dhulir Akakh Beli Porile Lyrics Beli Porile Lyrics:– বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া পাহাৰিৰ জুৰিটি আহিছে নামি কাষতে কহুৱা বনে… বাট দি যায় মন জুৰায়… সাতো ৰঙে ৰঙ আকাশত বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া…… বাহ লগা ধাননি হালে-জালে কাচি জোনৰ…. পোহৰতে… ভাল লাগে মেঘৰে ফুল… মোহনীয়া এই ছবি বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া……

Akakh Akakh Lyrics | আকাশ আকাশ | Angaraag Mahanta (Papon)

Song: Akakh Akakh (আকাশ আকাশ) Song: Angaraag Mahanta (Papon) Akakh Akakh Lyrics Akakh Akakh Lyrics:— আকাশ আকাশ তোমাৰ কথা ডাৱৰ ডাৱৰ মোৰ মন, সাঁথৰ সাঁথৰ তোমাৰ চকু পাতল পাতল মোৰ উম, তাকৰ তাকৰ তোমাৰ আশাত বাখৰ হ’ব মোৰে বাট….. আকাশ আকাশ তোমাৰ কথা ডাৱৰ ডাৱৰ মোৰ মন; নিশা যিমানেই গভীৰ হ’ব সিমানে আশা বাঢ়ি যাব, নিশা যিমানেই গভীৰ … Read more

Nila Akakh Lyrics | নীলা আকাশ | Angaraag Mahanta (Papon)

Song: Nila Akakh (নীলা আকাশ) Singer: Angaraag Mahanta (Papon) Nila Akakh Lyrics Nila Akakh Lyrics:— নীলা আকাশ, মেঘৰ আবাস, বৰণীয়া পোহৰ এজাক, ই ক’ৰপৰা আহি আছে ! নেজানো একোকে, সঁচা-মিছা….. অতি চিনাকি এজাক বৰষুণ, নামিলেহি মোৰ চোতালতে, অতি চিনাকি অনুভূতিবোৰ, বাগৰ সলায় মোৰ হৃদয়তে, মোৰ মনক জোকায়, সেই বৰষুণজাকৰ দৰে সিও গুচি যায়, বৰ অসহায়, অসহায় লাগে … Read more

Mon Uroniya Pokhi Lyrics | মন উৰণীয়া পক্ষী | Angaraag Mahanta (Papon)

Song: Mon Uroniya Pokhi (মন উৰণীয়া পক্ষী) Singer: Angaraag Mahanta (Papon) Mon Uroniya Pokhi Lyrics Mon Uroniya Pokhi Lyrics:– মন উৰণীয়া পক্ষী, হেৰুৱা ঠিকনা বিছাৰি, পাখি মেলো দূৰ নীলিমলে, দিগন্তৰ সীমনালে, মন উৰণীয়া পক্ষী….. উৰি উৰি উৰি গধূলি, পাওঁগৈ মই ঠাই যিখনি, তাতে লওঁ জিৰণি, নিশাটিৰ হওঁ আলহী….. নতুন পুৱাই জগাই দিয়ে, সপোনে আকৌ ৰিঙিয়াই মাতে, মন … Read more

Tumarei Jen Lyrics | তোমাৰেই যেন | Angaraag Mahanta | Papon

Song: Tumarei Jen (তোমাৰেই যেন) Singer: Angaraag Mahanta (Papon) Tumarei Jen Lyrics Tumarei Jen Lyrics:— তোমাৰেই যেন, আজি এই ৰাগে, নিয়ঁৰটো ৰং সানে; বুজা নুবুজা বহু  অবুজ আবেশ, নিযঁৰৰেই দৰে…. নাজানো কিয় নামে এই এন্ধাৰ আজি, কিয়নো সপোন ভাগে, তোমাৰেই আশা মাঁথো দুচকুতে মোৰ, নাজানো মনে কি বিচাৰে; তোমাৰেই যেন, আজি এই ৰাগে, নিয়ঁৰটো ৰং সানে; বুজা … Read more

Ejak Botahe Lyrics | এজাক বতাহে | Angaraag Mahanta | Papon

Song: Ejak Botahe (এজাক বতাহে) Singer: Angaraag Mahanta Ejak Botahe Lyrics Ejak Botahe Lyrics:— এজাক বতাহে ক’লে আহি, মই নভবা কথাবোৰ, এটি ফুলে কান্দি কান্দি, ক’লেহি মনৰ কথাবোৰ, মৰম কিদৰে এজাক ধুমুহা হৈ, বিছাৰি ফুৰিছে মোক, এজাক বতাহে ক’লে আহি, মই নভবা কথাবোৰ, এটি ফুলে কান্দি কান্দি, ক’লেহি মনৰ কথাবোৰ… হাতত তোমাৰ ধৰি হাত, পাৰ হৈ অহা … Read more

Nistobdho Nishar Lyrics | নিস্তব্ধ নিশাৰ | Angaraag Mahanta | Papon

Song: Nistobdho Nishar (নিস্তব্ধ নিশাৰ) Singer: Angaraag Mahanta Nistobdho Nishar Lyrics Nistobdho Nishar Lyrics:— নিস্তব্ধ নিশাৰ জিলিয়ে মোক ৰাতিপুৱালে লগ দিলে, আকৌ এবাৰ উভটি চালো যে মই ইমান অকলশৰীয়া, আ আ আ…. কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, জানো কেতিয়া পুৱাব … Read more

Ujai a Jaa Noi (উজায়ে যা নৈ) – Lyrics | Papon | Angaraag Mahanta

Song: Ujai a Jaa Noi (উজায়ে যা নৈ) Singer: Angaraag Mahanta (Papon) Movie: Ramdhenu 2011 Music: Jatin Sharma Ujai a Jaa Noi (উজায়ে যা নৈ) – Lyrics:— উজায়ে যা নৈ, বেলিটিক ক’গৈ, নীলিমা মোৰ দুখৰ…. ভটিয়ায়ে গৈ, মোহাৰি নে ঐ, তুলিকা মোৰ দুখৰ….. কি ৰঙীন পোচাকে হাঁহে, আৱৰি উকা মন, কি মালিন হৃদয়ে চুমি চায়, চকুলো হয় … Read more

Gun Gun Kane Kane (গুণ গুণ কাণে কাণে) – Lyrics | Angaraag Mahanta | Papon

Song: Gun Gun Kane Kane (গুণ গুণ কাণে কাণে) Singer: Angaraag Mahanta (Papon) Gun Gun Kane Kane (গুণ গুণ কাণে কাণে) – Lyrics:– গুণ গুণ গুণ গুণ কাণে কাণে, জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে, গায় মাঁথো এই গান, প্ৰভাতী পক্ষীৰ ধ্বনি, আকাশে-বতাহে উৰি, ৰিঙিয়াই ৰিঙিয়াই গায়, অ অ অ অ অ ….. গুণ গুণ গুণ গুণ কাণে … Read more

Hopunot Aaji (সপোনত আজি) – Lyrics | Angaraag Mahanta | Papon

Song: Hopunot Aaji (সপোনত আজি) Singer: Angaraag Mahanta (Papon) Album: Junaki Raati Hopunot Aaji (সপোনত আজি) – Lyrics:— সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, বতাহত আজি, উশাহত আজি, তোমাৰেই পৰশ, তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা জিল্ মিল্ জোনৰ সপোনত আজি, দিঠকত আজি, তোমাৰেই পৰশ, তিৰ্ বিৰ্ তৰা জাকৰ … Read more