Dusokure Nilare (দুচকুৰে নীলাৰে) Lyrics by Zubeen Garg , visit AssameseLyrical.com for more Assamese Lyrics
Song: Dusokure Nilare (দুচকুৰে নীলাৰে)
Singer: Zubeen Garg
Album: Mukha
![]() |
Dusokure Nilare Lyrics |
Dusokure Nilare (দুচকুৰে নীলাৰে) Lyrics:---
দুচকুৰে নীলাৰে মাজতে মই আছোনে
তৰা জ্বলা আকাশত নিহাৰিকা মই নে
ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ
দুচকুৰে নীলাৰে মাজতে তুমি
তৰা জ্বলা আকাশত নিহাৰিকা তুমি
তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক
মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে
দুচকুৰে নীলাৰে মাজতে তুমি মই
দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে
এই হাহি চিৰদিনৰ
প্ৰাণ পালে হেপাহে তোমাৰ উশাহে উশাহে
এই হেপাহ চিৰকালৰ
তোমাৰ হাহিৰে ভৰে প্ৰতিটো পুৱা প্ৰতিটো নিশা
দুচকুৰে নীলাৰে মাজতে তুমি মই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি মই
সুন্দৰৰে ৰূপতে মৰমে আহি নামিলে
এই মৰম মোৰ প্ৰাণৰ
সাৰ পালে শবদে নিৰৱে থাকি হঠাতে
এই শবদ মোৰ গানৰ
তোমাৰ বুকু নিগৰি নিগৰি নামে ৰূপহি ফাগুন
দুচকুৰে নীলাৰে মাজতে তুমি মই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি মই
Hi, I check your blog on a regular basis. Latest Navy Jobs
ReplyDeleteYour story-telling style is awesome, keep it up for your good work! Latest Navy jobs
THANK YOU @dev
Delete