Aji Jibon Butolibo Lyrics By Bhupen Hazarika

Song: Aji Jibon Butolibo (আজি জীৱন বুটলিবি) Singer: Bhupen Hazarika Aji Jibon Butolibo Lyrics Aji Jibon Butolibo Lyrics:— আজি জীৱন বুটলিবি, হাঁহি হাঁহি আহ্‌ আজি মৰণ পাহৰিবি, হাঁহি হাঁহি আহ্‌ বাঁহীটি লৈ আহ্‌, আৰু হাঁহিটি লৈ আহ্‌ আজি যুগৰ নতুন দিগন্তলৈ, ওলাই ওলাই আহ্‌ । মনৰ চৰাইটিক আৰু কিমান বান্ধিবি কালৰ এলান্ধু চাই কিমান কান্দিবি আজি বন্ধ … Read more

Susuk Samakkoi Lyrics By Bhupen Hazarika

Song: Susuk Samakkoi (চুচক চামাককৈ) Singer: Bhupen Hazarika Susuk Samakkoi Lyrics Susuk Samakkoi Lyrics:— অ’ ককাইটি অ’ – কি হ’ল (কথাঃ কি হ’ল অ’) চুচক চামাককৈ দীপালীজনীয়ে কিয় মোৰ পিনে ৰ’ লাগি চায় ভাইটি তই বুজিকে পোৱাহে নাই ভাইটি তাই বোধহয় তোকেই ভাল পায় । সৌ কৰৱীজনীয়ে কিয় মৰমী চাৱনিৰে খিড়িকীমুখত থিয় হয়? ভাইটি এইয়া প্ৰথম প্ৰেমৰে … Read more

Saheb Jai Agote Lyrics By Mohammad Rafi & Bhupen Hazarika

Song: Saheb Jai Agote (চাহেব যায় আগতে) Singer: Mohammad Rafi & Bhupen Hazarika Saheb Jai Agote Lyrics Saheb Jai Agote Lyrics:— ঘোষাঃ ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ যদি কৰা দৰিয়াৰ পাৰ পদঃ চাহেব যায় আগতে / হয় চাহেব হয় চাহেব যায় আগতে / হয় চাহেব হয় ভকত যায় পাচতে / হয় চাহেব হয় ভকত যায় পাচতে … Read more

Xur Nogorir Xuror Kumare Lyrics By Bhupen Hazarika

Song: Xur Nogorir Xuror Kumare (সুৰ নগৰীৰ সুৰৰ কুমাৰে) Singer: Bhupen Hazarika Xur Nogorir Xuror Kumare Lyrics Xur Nogorir Xuror Kumare Lyrics:— সুৰ নগৰীৰ সুৰৰ কুমাৰে সপোন সনা ৰামধেনুৰ ৰহণ হেৰুৱাই মিঠা মৰমৰ মিনতি শুনি চিতালৈ আগুৱায়, ৰহণ হেৰুৱায় । সৰা শেৱালিৰ শুকুলা বাটত সুৰ ৰূপ এটি হয় । সুৰৰে কোমল পৰশে ৰূপৰ আনে পৰাজয় । এদিন … Read more

Xuworoni Mur Lyrics By Bhupen Hazarika

Song: Xuworoni Mur (সোঁৱৰণী মোৰ) Singer: Bhupen Hazarika Xuworoni Mur Lyrics Xuworoni Mur Lyrics:— সোঁৱৰণী মোৰ ৰাঙলী জীৱন সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গʼল। পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰ জীৱন্ত সমাধি হʼল । মনৰে আঁতবোৰ কেনি হেৰুৱালোঁ ভাষাৰে পখিলী কেনি উৰুৱালোঁ বহু দূৰ আঁতৰি গʼল উভতি নোচোৱা হʼল । হাতীপটি ভাগি পৰিল আকাশত অগনি জ্বলিল সূৰুযৰ চকুলো … Read more

Mrittyu Xaboti Xomadhi Tolit Lyrics By Bhupen Hazarika

Song: Mrittyu Xaboti Xomadhi Tolit (মৃত্যু সাৱটি সমাধি তলিত) Singer: Bhupen Hazarika  Mrittyu Xaboti Xomadhi Tolit Lyrics  Mrittyu Xaboti Xomadhi Tolit Lyrics:— মৃত্যু সাৱটি সমাধি তলিত অকলে আছোঁহি শুই এতিয়া পুনৰ আহিছা কিয় জ্বলাব কলিজাৰ জুই । মৰণ পৰতো আছিলোঁ দেখোন তোমাৰ বাটকে চাই তেতিয়া তুমি সময় নেপালা তোমাৰ আহৰি নাই । মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই … Read more

Xurjya Udai Jodi Lyrics By Bhupen Hazarika

Song: Xurjya Udai Jodi (সূৰ্য উদয় যদি) Singer: Bhupen Hazarika Xurjya Udai Jodi Lyrics Xurjya Udai Jodi Lyrics:— সূৰ্য উদয় যদি লক্ষ্য আমাৰ সূৰ্যাস্তৰ পিনে ধাৱমান কিয় ? শীতল বৃষ্টি যদি কাম্য আমাৰ অনাবৃষ্টি খেদি ফুৰিছোঁ কিয় ? কেতিয়াবা দেউতাৰ চকু দুটা পোৰে বুঢ়ী আয়ে নিজৰে চকুপানী পিয়ে দেশৰ ৰাইখনে প্ৰাপ্য বিচাৰি নিজৰে ডিঙি পাতি দিয়ে। ভাবিছিলোঁ … Read more

Xunor Kathir Porokh Lyrics By Bhupen Hazarika

Song: Xunor Kathir Porokh (সোণৰ কাঠীৰ পৰশ) Singer: Bhupen Hazarika Xunor Kathir Porokh Lyrics Xunor Kathir Porokh Lyrics:— সোণৰ কাঠীৰ পৰশ পোৱা আলফুলীয়া হাতেৰে কোনেনো ধূলিক সাবটি লয় ? এটি ঘৰৰ দুটি মানুহ দুটি জীৱনৰ কথা শুনা এজুপি লতাৰ দুটি কলি এটি যে নিয়ৰত থাকে উমলি আনটিয়ে নিয়ৰৰ টোপাল নাপাই মাথোঁ খায় হাবাথুৰি । এটি জীৱনত নিতৌ … Read more

Bandh Moi Nirupai Lyrics By Bhupen Hazarika

Song: Bandh Moi Nirupai (বান্ধ মই নিৰুপায়) Singer: Bhupen Hazarika Bandh Moi Nirupai Lyrics Bandh Moi Nirupai Lyrics:— হেʼ বান্ধ মই নিৰুপায় কি কৰোঁ, কি কৰোঁ উপায় কোৱাঁ কোৱাঁ কি উপায় ভাল পোৱা নিঠুৰ দানৱ ধৰেহি সদায় বান্ধ মই নিৰুপায় । বৰ পোৰণি আছে বান্ধ, ফেটী সাপৰ বিষত তাৰো অধিক কষ্ট বান্ধ ৰমণীৰ ৰূপত প্ৰিয়াৰ বাহু-লতাৰ অগনি … Read more

Maghot Dekhu Uruka Nohoi Lyrics By Bhupen Hazarika

Song: Maghot Dekhu Uruka Nohoi (মাঘত দেখোঁ উৰুকা নহয়) Singer: Bhupen Hazarika Maghot Dekhu Uruka Nohoi Lyrics Maghot Dekhu Uruka Nohoi Lyrics:— মাঘত দেখোঁ উৰুকা নহয়, তুমি নহʼলে বʼহাগ বিহুত বিহু-ঢোল নেবাজে, তুমি নহʼলে তুমি নহʼলে তুমি নহʼলে । শাৰদী পুৱা কঁহুৱা নুফুলে, তুমি নহʼলে এন্ধাৰ পঁজাত চাকি নজ্বলে, তুমি নহʼলে প্ৰগতিও দেখোঁ অগতিহে হয়, তুমি নহʼলে … Read more