Snehe Amar Xot Lyrics | Bhupen Hazarika

Song: Snehe Amar Xot (স্নেহে আমাৰ শত) Singer: Bhupen Hazarika Snehe Amar Xot Lyrics Snehe Amar Xot Lyrics:— স্নেহে আমাৰ শত শ্ৰাৱনৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে যৌৱন-বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে । নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰ আনে অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে। বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে … Read more

Ki Bisari Ure Jibon Lyrics | Bhupen Hazarika

Song: Ki Bisari Ure Jibon (কি বিচাৰি ওৰে জীৱন) Singer: Bhupen Hazarika Ki Bisari Ure Jibon Lyrics Ki Bisari Ure Jibon Lyrics:— কি বিচাৰি ওৰে জীৱন কেনি আগুৱালো বহু ধনৰ মোহত পৰি মূলো হেৰুৱালো । যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলো অতি লোভত পৰি আজি পাপত বন্দী হʼলো । মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ আনৰ সুখক … Read more

Janak Puror Jankiye Lyrics | Bhupen Hazarika

Song: Janak Puror Jankiye (জনকপুৰৰ জানকীয়ে) Singer: Bhupen Hazarika Janak Puror Jankiye Lyrics Janak Puror Jankiye Lyrics:— জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। বুধৰ গলত ৰঙা ৰুমাল বাহুত তামৰ তাবিজ কʼলা চুলিত কত যে ভাঁজ দেহত ৰঙীণ কামিজ কাজল সনা চকু দুটাই হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। জানকীৰে লাহী কঁকাল বতাহতে … Read more

Gaonre Jiyari Lyrics | Bhupen Hazarika

Song: Gaonre Jiyari (গাঁৱৰে জীয়াৰী) Singer: Bhupen Hazarika Gaonre Jiyari Lyrics Gaonre Jiyari Lyrics:— গাঁৱৰে জীয়াৰী সপোন সুন্দৰী গাঁৱতে সৰগ ৰচোঁ মই মাটিতে সৰগ ৰচোঁ মই দেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লহপহীয়া কাকনো সাবটিব খুজি অলিয়া-বলিয়া হয়। অ’……….. দেহাৰ বৰণ মোৰ চম্পাফুলীয়া চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া খোজত মলয়া বয়। গাঁৱৰে ধাননিৰে … Read more

Bhakha Bhora Prithibir Lyrics | Bhupen Hazarika

Song: Bhakha Bhora Prithibir (ভাষা ভৰা পৃথিৱীৰ) Singer: Bhupen Hazarika Bhakha Bhora Prithibir Lyrics Bhakha Bhora Prithibir Lyrics:— ভাষা ভৰা পৃথিৱীৰ বিদ্রোহী কথা গীত কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা জীৱনৰ ভাৰৰাশি জগতক শুনাবৰ ভাষা নাই ৷ আছে কত ইঙ্গিত পৰাজয় নাই আছে নানা সঙ্কেত নাই ভয় নাই ৷৷ বিজ্ঞানে আগুৱাই যায় নতুন সভ্যতাত … Read more

Tritiya Srenir Jatri Lyrics | তৃতীয় শ্ৰেণীৰ যাত্ৰী | Bhupen Hazarika

Song: Tritiya Srenir Jatri (তৃতীয় শ্ৰেণীৰ যাত্ৰী) Singer: Bhupen Hazarika Tritiya Srenir Jatri Lyrics Tritiya Srenir Jatri Lyrics:– প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি, জীৱন ৰেলৰ ডবাত আমি জীৱন ৰেলৰ ডবাত আমি প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি…. মাজে মাজে মাজে ৰেলে চিঞঁৰে নোপোৱাৰ বেদনা জুই হৈ উৰে, আমাৰ এই জুইৰেই অগ্ৰগামী আমাৰ … Read more

Naba Naba Bohag Ahe Lyrics By Shanta Uzir

Song: Naba Naba Bohag Ahe (নৱ নৱ  ব’হাগ আহে) Movie: Bhagya (1967) Singer: Shanta Uzir Lyrics: Dr. Bhupen Hazarika Musician: Laxmikant Pyarelal Naba Naba Bohag Ahe Lyrics Naba Naba Bohag Ahe Lyrics:— নৱ নৱ  ব’হাগ আহে সৰুফুলে মিচিকি হাঁহে মনে তোমাক ধিয়ায় মনে তোমাক ধিয়ায় নৱ নৱ মোৰ ৰচনাকে শুনোতাই গুণ গুণাই মনে তোমাক ধিয়ায় … Read more

Tulokhir Tole Tole Lyrics Nirmala Mishra

Song: Tulokhir Tole Tole (তুলসীৰ তলে তলে) Singer: Nirmala Mishra Album: Bristi Lyrics: Dr. Bhupen Hazarika Musician: Dr. Bhupen Hazarika Tulokhir Tole Tole Lyrics Tulokhir Tole Tole Lyrics:— তুলসীৰ তলে তলে কত চাকি জ্বলালোঁ কত নামঘৰে ঘৰে শৰাই আগবঢ়ালোঁ তথাপিতো নেপালোঁ পাৰ মোৰ গোসাঁই ঐ তথাপিতো নেপালোঁ পাৰ…! সংসাৰ সাগৰে বুৰি খালোঁ আমি হাবাথুৰি মানৱী … Read more