Mur Gaanote Jole Lyrics By Jyoti Prasad Agarwala

Song: Mur Gaanote Jole (মোৰ গানত জ্বলে) Singer: Jyoti Prasad Agarwala Mur Gaanote Jole Lyrics Mur Gaanote Jole Lyrics:— মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ৷ মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্ব্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃতি সাৱধান৷ মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷ প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত মূৰ্ত্তিমান … Read more

Mur Gaanole Boxonto Ahe Lyrics By Jyoti Prasad Agarwala

Song: Mur Gaanole Boxonto Ahe (মোৰ গানলে’ বসন্ত আহে) Singer: Jyoti Prasad Agarwala Mur Gaanole Boxonto Ahe Lyrics  Mur Gaanole Boxonto Ahe Lyrics:— মোৰ গানলে’ বসন্ত আহে পৃথিৱীৰ যত নুফুলা ফুলে মিচিক মিচিক হাঁহে মোৰ গানলৈ বসন্ত আহে৷ মোৰ গানত জাগে গন্ধ বনৰ অন্ধ নিজৰা মোৰ গানতে সুমন্দ্ৰিত নতুন দিনৰ বজ্ৰবতৰা মোৰ গানতে আন্দোলিছে সাত সাগৰৰ তেৰ … Read more

Murei Gaanor Ortho Lyrics By Jyoti Prasad Agarwala

Song: Murei Gaanor Ortho (মোৰেই গানৰ অৰ্থ) Singer: Jyoti Prasad Agarwala Murei Gaanor Ortho Lyrics Murei Gaanor Ortho Lyrics:— মোৰেই গানৰ অৰ্থ ময়েই ব্যাকুল হৈ তোক ক’বলৈ তোকে বিচাৰি যাওঁ বন বনান্ত ঘূৰি ফুৰি আহি মোকেই লগ পাওঁ৷ মোৰ কোঠালিত মোৰ সুৰৰ সতে তোৰ ধেমালি দেখি তোৰে সতে মোৰ কথা হবলে’ থাকো ৰখি ৰখি মোৰ সুৰৰ সতে … Read more

Mur Ganor Xote Tur Lyrics By Jyoti Prasad Agarwala

Song: Mur Ganor Xote Tur (মোৰ গানৰ সতে তোৰ) Singer: Jyoti Prasad Agarwala Mur Ganor Xote Tur Lyrics Mur Ganor Xote Tur Lyrics:— মোৰ গানৰ সতে তোৰ সুৰৰ চিনাকি সেইহে মোৰ জীৱনত জ্বলিল জোনাকী ইমান চিনাকী হৈও তই অচিনাকী হৈ নিতৌ পুৱতি আহ চিৰ চিনাকী নিচিনিলোঁ বুলি মিচিকি মিচিকি হাঁহ চিনা নিচিনাৰ খেলা পাতিলো কতনা কালৰে পৰা … Read more

Mur Ganor Xote Lyrics By Jyoti Prasad Agarwala

Song: Mur Ganor Xote (মোৰ গানৰ সতে) Singer: Jyoti Prasad Agarwala Mur Ganor Xote Lyrics Mur Ganor Xote Lyrics:— মোৰ গানৰ সতে সুৰৰ সতে যি যি ছন্দ যায় তোৰ তেজৰ সোঁতত সঞ্চাৰ জগায় তাৰ চৰণত সোণৰ জুনুকা নাই৷ তাৰ সপোনলে’ সুন্দৰ নামি ক’লেহি নতুন কথা প্ৰাণত জাগিলে সেই কথা শুনি বিশ্ব বিয়পা ব্যথা, সেই বেদনাত উন্মাদ হৈ … Read more

Mure Jibonore Xokha Krishna Lyrics By Jyoti Prasad Agarwala

Song: Mure Jibonore Xokha Krishna (মোৰে জীৱনৰে সখা কৃষ্ণ) Singer: Jyoti Prasad Agarwala Mure Jibonore Xokha Krishna Lyrics Mure Jibonore Xokha Krishna Lyrics:— মোৰে জীৱনৰে সখা কৃষ্ণ তই মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ তই, বজাৱ কিসুৰে বেণু কপালত তোৰ কোন আঁকি দিলে ইন্দ্ৰধনু ? পুৱতি নিয়ৰে, সানে চৰনতে শুকুলা মুকুতাৰ বেণু অ’ তোৰ শ্যামল … Read more

Mur Mon Bonote Lyrics By Jyoti Prasad Agarwala

Song: Mur Mon Bonote (মোৰ মন বনতে) Singer: Jyoti Prasad Agarwala Mur Mon Bonote Lyrics Mur Mon Bonote Lyrics:— মোৰ মন বনতে তই কি বাঁহী বজালি অ’ সুন্দৰ– সুন্দৰ সখা মোৰ চিৰসুন্দৰ ৷ নিশা চন্দ্ৰাৱলী তাতে তাৰে দীপিকাৱলী পাতি দিলি নিশাৰ এন্ধাৰ তই হাঁহিতে উজলালি আনি দিলি পুৱতীৰ অৰুণাৱলী সুৰৰে কোঠালি মোৰ ৰ’দালিৰে কৰি সোণোৱালী অন্তৰ ভৰি … Read more

Jautijugiya Dhaney Lyrics By Jyoti Prasad Agarwala

Song : Jautijugiya Dhaney  Singer:  Jyoti Prasad Agarwala Jautijugiya Dhaney Jautijugiya Dhaney  যাউতিযুগীয়া ধনে মোৰ অ’ প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে যাউতিযুগীয়া ধনে মোৰ অ’। স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধনে মোৰ অ’। ভাৱত অগণনে হুমুনিয়াহ অময়া সৌন্দৰ্য্য জীৱন উপচোৱা থবলৈকে ঠায়ে নোজোৰে … Read more

Halodhiya Soraye Lyrics By Jyoti Prasad Agarwala

Song: Halodhiya Soraye Singer: Jyoti Prasad Agarwala Halodhiya Soraye Lyrics Halodhiya Soraye গান গাব নেজানে কন্দাকৈ সুহুৰিয়ায়, ক’ৰবাৰ কিবা সুৰে তাৰ বুকু ভাঙিলে ফুৰোঁতে আপোনাৰ লগ হেৰুৱাই ৷ আন্ধাৰত বিচাৰ জোনাকত বিচাৰ বিচাৰ ফুলনিত মোৰ হেৰ অকলশৰীয়া লগৰী হেৰোৱা মোৰ গানেৰে সুৰেৰে মচি দিওঁ চকুলো তোৰ ৷৷

Himalayei Gaan Gowa Toi Lyrics By Jyoti Prasad Agarwala

Song:Himalayei Gaan Gowa Toi Singer:Jyoti Prasad Agarwala Himalayei Gaan Gowa  Himalayei Gaan Gowa Toi হিমালয়ে গান গোৱা তই শুনিছনে নাই শ বছৰৰ পিছে পিছে এই ভাৰতৰ কেন্দ্ৰ প্ৰাণৰ দিয়ে শিয়ঁৰাই দেশ বিদেশত সুৰৰ লহৰ দিয়ে বিয়পায় ৷ অভ্ৰভেদী অনন্তলে’ স্থিৰ নয়নে চাই ব্যোম বিহাৰী ন বাতৰি যিটি শুনি পাই সেই গ্ৰহান্তৰৰ মন্ত্ৰৰে গাই নবীন যুগৰ … Read more