Jilika Pakhire Lyrics | Jyoti Prasad Agarwala
Song: Jilika Pakhire (জিলিকা পাখিৰে) Singer: Jyoti Prasad Agarwala Jilika Pakhire Lyrics Jilika Pakhire Lyrics:— জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই ৰঙা সেউজীয়া তৰাফুটুকীয়া তোৰ গোট গাৱতে অ’ সোন ম’ৰা চৰাই । জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি তোৰ মৰমতে মৰো অ’ সোণ ম’ৰা চৰাই।