Hopun Paror Moi Lyrics By Jyoti Prasad Agarwala

Song: Hopun Paror Moi (সপোন পাৰৰ মই) Singer: Jyoti Prasad Agarwala Hopun Paror Moi Lyrics Hopun Paror Moi Lyrics:— সপোন পাৰৰ মই সপোন কুঁৱৰী অমিয়া মাধুৰী মই আনো বিচাৰি মই যে মায়াবিনী মই যে কুহকিনী হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি সুখ দুখ কত চাওঁ হাঁহো মৃদু মৃদু কৰি ।।

Junaki Karengot Lyrics By Jyoti Prasad Agarwala

Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Junaki Karengot Lyrics Junaki Karengot Lyrics:– জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় । আমাৰে নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই আমাৰ নিমাতীজনী নীল সাগৰৰ হীৰা মণি অৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি হাঁহো হাঁহো কৈ চকু … Read more

Mur Raag Karabire Lyrics By Jyoti Prasad Agarwala

Song: Mur Raag Karabire (মোৰ ৰাগ কৰবীৰে) Singer: Jyoti Prasad Agarwala Mur Raag Karabire Lyrics Mur Raag Karabire Lyrics:– মোৰ ৰাগ কৰবীৰে পতা ল’বি পূজা চিৰ সুন্দৰ ! হে চিৰ সুন্দৰ ! তোৰে সুৰেৰে মই ৰচিলোঁ কতনো গান বুজা-নুবুজা ল’বি পূজা । মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান মনে মনে সোণোৱালী সপোন বিভোৰ সপোনৰো সপোনত … Read more

Xaat Hagoror Dekh Lyrics By Jyoti Prasad Agarwala

Song: Xaat Hagoror Dekh (সাত সাগৰৰ দেশ) Singer: Jyoti Prasad Agarwala Xaat Hagoror Dekh Lyrics Xaat Hagoror Dekh Lyrics:— সাত সাগৰৰ দেশ বিদেশৰ তেৰ নদীৰ পাৰে আমাৰ দেশৰ নানা বৰণৰ নানান নিচান উৰে । নানা খনিকৰে নানা কাৰিকৰে যতনেৰে যিখিনি কৰে নোহোৱা নোপোৱা কত অমূল্য বাহানি গঢ়িছে নৰে । তাকে তোমালৈ মাত পাবলৈ আনিছো সকলোটি মাতা অ’ … Read more

Bowa Bowa Dakkhin Moloya Lyrics | Jyoti Prasad Agarwala

Song: Bowa Bowa Dakkhin Moloya (বোঁৱা বোঁৱা দক্ষিণ মলয়া) Singer: Jyoti Prasad Agarwala Bowa Bowa Dakkhin Moloya Lyrics  Bowa Bowa Dakkhin Moloya Lyrics:– বোঁৱা বোঁৱা দক্ষিণ মলয়া তটিনী গোৱা সমীৰণে আহি পৰাণ জুৰালে আ-হা । কোন নন্দনত পাৰিজাত ফুলে বিলাই সুৰভি বিয়াকুল কৰে কোন তটিনী বয়, কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কই নিজৰি, … Read more

Aaideur Bulonit Lyrics | Jyoti Prasad Agarwala

Song: Aaideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aaideur Bulonit Lyrics  Aaideur Bulonit Lyrics:— আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকেমিকায় ৷ জোনাকী বাটেদি চিত্ৰলেখীয়ে ন জীৱনৰে ফুলে ফুলায় ৷ আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰ বুকু কঁপায় ৷

Akolxoriya Buli Kune Kole Lyrics | Jyoti Prasad Agarwala

Song: Akolxoriya Buli Kune Kole (অকলশৰীয়া বুলি কোনে ক’লে) Singer: Jyoti Prasad Agarwala Akolxoriya Buli Kune Kole Lyrics Akolxoriya Buli Kune Kole Lyrics:— অকলশৰীয়া বুলি কোনে ক’লে ? মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে চকুলো তোৰ পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ ৷ তোৰ ভিতৰে বাহিৰে আছে তাকে আঁকোৱালি তোৰ চিৰসখা চিৰসুন্দৰ তোৰ, প্ৰাণে মনে ব্যাপি আছে তোৰ চিৰলগৰীয়া যুগ … Read more

Jananir Xontan Jaga Lyrics | Jyoti Prasad Agarwala

Song: Jananir Xontan Jaga (জননীৰ সন্তান জাগা) Singer: Jyoti Prasad Agarwala Jananir Xontan Jaga Lyrics Jananir Xontan Jaga Lyrics:— জননীৰ সন্তান জাগা জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ । মৃত্যু গছকি আনা জয় জিনি কৰি দুৰ্জয অভিযান । শক্তি গায়ত্ৰী মনত পেলোৱা  হ’বা দুৰ্নীবাৰ তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান  অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ অজেয নৱ- জোৱান … Read more

Bijuli Batire Saki Joluwa Lyrics | Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা  কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম অনুবীক্ষণৰ … Read more

Moi Janatar Prane Prane Lyrics | Jyoti Prasad Agarwala

Song: Moi Janatar Prane Prane (মই, জনতাৰ প্ৰাণে প্ৰাণে) Singer: Jyoti Prasad Agarwala Moi Janatar Prane Prane Lyrics Moi Janatar Prane Prane Lyrics:– মই, জনতাৰ প্ৰাণে প্ৰাণে  শিল্পী দেখিলোঁ সেই গুণেহে গানৰে মাতিলোঁ৷ জনতা মনৰ জনতা প্ৰাণৰ শিল্পী আজি জাগে জোনাকী বাটৰ বাটৰুৱাৰ আহি লগ লাগে কলাময়ী মহাজীৱনত আপোন প্ৰকাশ মাগে৷ আজি জনতাৰ মহাশিল্পী প্ৰকাশলৈ বিকাশলৈ যায় … Read more