Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics | Angaraag Mahanta ( Papon)

Song:  Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়)  Singer:   Angaraag Mahanta ( Papon) Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) ...

Song: Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) 

Singer: Angaraag Mahanta ( Papon)


Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics:---

ফাগুণৰে পছোৱা বাঁ অ’…..

মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
ফাগুণৰে উৰণীয়া বা,
অ’ আলসুৱা কঁহুৱাৰে ছাঁ;

পলাশৰ ৰঙা ৰঙা ফুলে,
কাণে কাণে যি কথানো ক’লে,
জাকি মাৰি উৰা পক্ষী জাকে,
আকাশৰ আন্ধাৰে-জোনাকে,
কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু
ক’ব পাৰিবনে সেই কথা;

আজি কিয় বাৰে বাৰে,
মনে যে মোৰ বিছাৰে,
আঁচলৰে বা জুৰণীয়া,
আজি যে উদাসী সন্ধিয়া,
অ’ ফাগুণৰে বাউলি বা,
লৈ যা মোক লৈ যা,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,

মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,

ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা ৷

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0

Name

A Bijuli Nase Lyrics,1,A Moina Jabi Ne Nejao Lyrics,1,Aagbarit Fulile Lyrics,1,Aagloti Kolapaat Lore Ki Sore Lyrics,1,Aagoli Kolapaat Lore Lyrics,1,Aagoshti,1,Aaguwai Bol Lyrics,1,Aah Aah Ulai Aah,1,Aah O Ghumoti Lyrics,1,Aahe Ba Naahe Lyrics,1,Aahe Ba Nahe,1,Aai Mor Sonar Axomor Lyrics,1,Aai Tuk Kihere Pujime,1,Aaideur Bulonit Lyrics,2,Aaita Ghorote Lyrics,1,Aaji Akakhar Lyrics,1,Aaji Jaga Mur Matri Lyrics,1,Aaji Naba Xur Lyrics,1,AAKANGKHYA DAS,1,Aakha Mur Aakha Lyrics,1,Aalfule Moromote Lyrics,1,Aam Fulile Baan Lyric,1,Aamare Xokhiya Lyrics,1,Aami Kori Furu Lyrics,1,Aane Juwa Bate Lyrics,1,Aarunu Kiman Monor Hopun Lyrics,1,Aashinayang Maane K