Tumar Dusokut Lyrics তোমাৰ দুচকুত by Bhagyadevi Theatre, visit AssameseLyrics.com for more Assamese lyrics
Song: Tumar Dusokut (তোমাৰ দুচকুত)
![]() |
Tumar Dusokut Lyrics |
Tumar Dusokut Lyrics:---
এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন মই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত
আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
মই যেন হেৰাই যাও তোমাৰ দুচকুত
উজলি জলি কাখৰতে ৰ’লাহি
শোকোলা জোনাক দিলাহি উজাৰি
আছা বিয়পি হিয়াৰে কোহে কোহে
প্ৰতি খোজতে ৰোৱাহি চায়াৰ দৰে
তাৰেই মাজত দেখো নিতৌ
বিলীন মই আজি তাতেই
এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন মই তোমাৰ দুচকুত
আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
মই যেন হেৰাই যাও তোমাৰ দুচকুত
সপোন যেন লাগে নীলা নীলা ভাল পোৱা
সামৰি ৰাখো প্ৰতি দিন প্ৰতি নিশা
উঠে শিয়ৰি মন মোৰ অজানিতে
আছে নেকি দুখ সুখৰ সীমনাতে
দিশ হাৰা হৈ মোৰ মনে
চাৱনিতে যুৰ বিচাৰে
এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন মই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত
COMMENTS