Prohelika Lyrics By Neel Akash

Song: Prohelika

Singer: Neel Akash

Lyrics: Sushanta Mon

Prohelika Lyrics
Prohelika Lyrics

Prohelika Lyrics:---

(Music...)

পলে পলে
খোজে খোজে
কি আলোড়ন
প্ৰেমৰে

প্রানে প্রানে
উকা উকা মনে
দোহাৰে

বিচাৰি সচাঁ
আহে যোৱা
বিচাৰি মিছা
পায় তোমাক
প্ৰহেলিকা তোমাৰ মন

(Music...)

সুখী হৈ দিলাহি
দুখতে সুখে ঢালি
আঁতৰি গলাগৈ
কিহৰে মায়া দি
এতিয়া কি সতে সামৰো
মৰম বোৰ

তোমাৰে মৰমক
বিচাৰি সচাঁ আহে যোৱা
বিচাৰি মিছা
পায় তোমাক
প্ৰহেলিকা তোমাৰ মন

(Music...)

পলে পলে
খোজে খোজে
কি আলোড়ন
প্ৰেমৰে

প্রানে প্রানে
উকা উকা মনে
দোহাৰে........।

Post a Comment

Previous Post Next Post

Contact Form