O Mure Jaan Lyrics


Song: O Mure Jaan

Singers: Rakesh Reeyan & Meghali Borokha

Lyrics: Ganesh Gogoi

O Mure Jaan Lyrics

ও মোৰে জান

কিয় কৰা অভিমান

তোমালে মৰম

সাগৰৰ  সমান

AssameseLyrical.com

ও মোৰে জান

বুজাবলে তান

তোমালে মৰম

আকাশৰ সমান

সাগৰে  সপোন

তোমাকে দেখো

উশাহে নিশাহে

তুমিয়েই বুকুত


টুপোনিতে  লো

তোমাৰ নাম

ও মোৰে জান

ও মোৰে জান

আঙুলিৰ ফাকতে

আঙুলি থৱোনা

অভিমান  সামৰি

সাবতি  লোৱানা


আঙুলিৰ ফাকতে

আঙুলি থৱোনা

অভিমান সামৰি

সাবতি লোৱানা


সুখে দুখে  কাষত

থাকিম আজীৱ্ন

তোমাৰে হয়  মাথো মই

তোমাৰে থাকিম


ও মোৰে  জান

 নকৰিবা অভিমান


তোমালে  মৰম

সাগৰৰ সমান

আপোন বুজাবলে

মাথো তুমি এ


ভয় লাগে জান ঔ

গলে দুৰেলে

আশা ভৰষা

জানা তুমি এ

জীয়াই আছু জান ঐ

মাথো তোমালে


তোমাৰে  খং অভিমান

তুমি এ তো জান

তোমাৰ মৰম বোৰ

মোৰ স্বাভিমান


দুৰ নকৰিবা

ও মোৰে জান

ও মোৰে জান


ও মোৰে জান

ন্কৰিবা অভিমান

তোমালে  মৰম

সাগৰৰ সমান

তোমালে মৰম আকাশৰ সমান


Post a Comment

Previous Post Next Post

Contact Form