O Kolija Lyrics (অ' কলিজা)

Song: O Kolija

Singer: Zubeen Garg & Subasana Dutta

O Kolija Lyrics

অ' কলিজা ঐ মৰমৰ বুলেৰে

অ' কলিজা ঐ বান্ধিলো তোমাকে 

অ' কলিজা ঐ হিয়াৰে চুকতে

অ' কলিজা ঐ তোমাক ৰাখিছো যতনে। (২)




অ' কলিজা মোৰে কলিজা 

আছা তৰা হৈ মনৰ আকাশতে ঐ। (২)

অ' বহনা ঐ ভাস সাগৰতে

অ' বহনা ঐ উঠে ঢৌ সঘনে

অ' বহনা ঐ চকুৰ আগে আগে

অ' বহনা ঐ দেখো মই তোমাকে। (২)

অ' বহনা মোৰে বহনা

কাষত আহি ৰৈ

কিনো কৈ যোৱা মোকে ঐ। (২)


AssameseLyrical.com


অ' বহনা ঐ মন উৰু উৰু কৰে

অ' বহনা ঐ কমুৱা তুলাৰ দৰে

অ' বহনা ঐ সঁচা মৰম পালে 

অ' বহনা ঐ জানা একোকে নালাগে। (২)

অ' বহনা মোৰে বহনা

আশাৰে পানচৈ মেলো মন নদীতে ঐ। (২)


Post a Comment

Previous Post Next Post

Contact Form