Kopi Uthe Kio Tajmahal Song Lyrics | Bhupen Hazarika

Song: Kopi Uthe Kio Tajmahal (কঁপি উঠে কিয় তাজমহল)

Singer: Bhupen Hazarika

Kopi Uthe Kio Tajmahal Song Lyrics
Kopi Uthe Kio Tajmahal Song Lyrics

Kopi Uthe Kio Tajmahal Song Lyrics:---

মহিলাঃ হায় হায় হায়
দুয়োঃ কঁপি উঠে কিয় তাজমহল ?
পুৱতি নিশাৰ আজানৰ সʼতে আজান
পুৰুষঃ যমুনাত তুলি
শত-ধুমুহাৰ কোলাহল
তাজমহল! তাজমহল!!
মহিলাঃ ই যে ছাহজাহানৰ হিয়াৰ আজান
পুৰুষঃ অʼ মমতাজ জান!
অকলশৰীয়া হায়
কান্দে তোৰ ছাহজাহান।।

পুৰুষঃ মমতাজে কয় উচুপি উচুপি
মমতাজে কয় সমাধিত বহি
মহিলাঃ প্ৰেমিক প্ৰিয় ছাহজাহান
দুঃখ হʼল অৱসান
আশাৰ ফলিল ফল
গঢ়িলোঁ তাজমহল
পুৰুষঃ তাজমহল! তাজমহল!!
দুয়োঃ তাজমহল! তাজমহল!!

Post a Comment

Previous Post Next Post

Contact Form