Kun Tumi (কোন তুমি) Assamese Song - Lyrics | Zubeen Garg

SONG: Kun Tumi (কোন তুমি)
SINGER: Zubeen Garg



Kun Tumi (কোন তুমি) Assamese Song - Lyrics:--


Let me hold your hand
Let me feel your soul
Give me a chance
To turn your life around
Let me hold your hand
Let me feel your soul
Give me a chance
To turn your life around
Life around.......

কোন তুমি.......
কোন তুমি মেঘালি,
মোৰ মন আকাশৰ বিজুলি....
কোন তুমি..........
কোন তুমি মেঘালি,
মোৰ মন আকাশৰ বিজুলি....

মোৰ চোতালত,
ফুলাহি শুকুলা শেৱালি,
সৰতৰ আকাশ খনি,
ফৰ'কাল মুকলি...
সৰতৰ আকাশ খনি,
ফৰ'কাল মুকলি....

কোন তুমি......
কোন তুমি মেঘালি,
মোৰ মন আকাশৰ বিজুলি.....

লুইতৰ পাৰত আছে কহুৱাঁই,
চুলি মেলি মেলি,
লুইতৰ পাৰত আছে কহুৱাঁই,
চুলি মেলি মেলি,
আজি উদুলি-মুদুলি মোৰ,
মনৰে পদূলি,
আজি উদুলি-মুদুলি মোৰ,
মনৰে পদূলি........

এ....হে... হে....কোন তুমি....
কোন তুমি মেঘালি,
তোমাৰ ওঠৰ হাঁহিত বিজুলি,
মোৰ মনৰ আকাশৰ ,
হাত ৰঙি বৰ্ণালি,
সাৰদি জোনৰ পোহৰ ৰূপালী....
সাৰদি জোনৰ পোহৰ ৰূপালী....

এ... কোন তুমি..
কোন তুমি মেঘালি,
মোৰ মন আকাশৰ বিজুলি,
কোন তুমি.....
কোন তুমি মেঘালি,
মোৰ মন আকাশৰ বিজুলি.....

মোৰ চোতালত,
ফুলাহি শুকুলা শেৱালি,
সৰতৰ আকাশ খনি,
ফৰ'কাল মুকলি,
সৰতৰ আকাশ খনি,
ফৰ'কাল মুকলি........

কোন তুমি......
কোন তুমি মেঘালি,
মোৰ মন আকাশৰ বিজুলি.......

Post a Comment

Previous Post Next Post

Contact Form