Song: Kuruwa Botahe (কুৰুৱা বতাহে)
Singer: Bishnu Prasad Rabha
![]() |
Kuruwa Botahe Lyrics |
Kuruwa Botahe Lyrics:---
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ'
অ' ....
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ'
অ' ....
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
পুৱতি নিশাৰে অ' তৰাৰে চাকিৰে
পুৱতি নিশাৰে অ' তৰাৰে চাকিৰে
শলিতা এডালি নিজানতে জ্বলি
শলিতা এডালি নিজানতে জ্বলি
ধিমিকি ধিমিকি খীনকৈ জিলিকি
মেলানি মাগিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ'
অ' ....
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ'
অ' ....
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
বৰনৈ বালিতে অ' চৰাই উলাহতে
বৰনৈ বালিতে অ' চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি
নামকে জুৰিলে
বৰনৈ বালিতে অ' চৰাই উলাহতে
বৰনৈ বালিতে অ' চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি
নামকে জুৰিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ'
অ' ....
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ'
অ' ....
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
Tags
Bishnu Prasad Rabha