Kuruwa Botahe Lyrics | কুৰুৱা বতাহে | Bishnu Prasad Rabha

Published on February 19, 2020

Song: Kuruwa Botahe (কুৰুৱা বতাহে)

Singer: Bishnu Prasad Rabha

Kuruwa Botahe Lyrics
Kuruwa Botahe Lyrics 

Kuruwa Botahe Lyrics:—

কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ’
অ’ ….
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ’
অ’ ….
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
পুৱতি নিশাৰে অ’ তৰাৰে চাকিৰে
পুৱতি নিশাৰে অ’ তৰাৰে চাকিৰে
শলিতা এডালি নিজানতে জ্বলি
শলিতা এডালি নিজানতে জ্বলি
ধিমিকি ধিমিকি খীনকৈ জিলিকি
মেলানি মাগিলে 
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ’
অ’ ….
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ’
অ’ ….
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
বৰনৈ বালিতে অ’ চৰাই উলাহতে
বৰনৈ বালিতে অ’ চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি 
নামকে জুৰিলে
বৰনৈ বালিতে অ’ চৰাই উলাহতে
বৰনৈ বালিতে অ’ চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি 
নামকে জুৰিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ’
অ’ ….
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
চিঞৰি মাতিলে
ঐ উষা ঐ উষা ঐ উ উ উ উ উষা অ’
অ’ ….
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’