Kaar Nu Bin Baje Lyrics By Bishnu Prasad Rabha

Song: Kaar Nu Bin Baje (কাৰ নো বীণ বাজে)

Singer: Bishnu Prasad Rabha

Kaar Nu Bin Baje Lyrics
Kaar Nu Bin Baje Lyrics

Kaar Nu Bin Baje Lyrics:—

কাৰ নো বীণ বাজে ওৰে দিন
বাজে গুণ গুণ গুণ গুণ গুণ গুণ
কাৰ নো বীণ …
বীণ বৰাগীৰ নূপুৰ বাজে

ৰুণ জুণ জুণ জুণ জুণ জুণ
কাৰ নো বীণ …
তালে তালে হালে জালে
পাতৰ শাৰী জিলিক মাৰে
সুৰে সুৰে কুলিয়ে গায়
গুণ গুণ গুণ গুণ গুণ গুণ
কাৰ নো বীণ …

Leave a Comment