Lyrics – Ki Naam Di Matim (কি নাম দি মাতিম) | Dwipen Baruah | Nirmala Mishra | Dr. Bezbarua

Published on February 6, 2020

Ki Naam Di Matim Lyrics

SONG: Ki Naam Di Matim (কি নাম দি মাতিম)

SINGER: Dwipen Baruah & Nirmala Mishra

MOVIE: Dr. Bezbaruah

Ki Naam Di Matim Assamese lyrics (কি নাম দি মাতিম):—

কি নাম দি মাতিম?

মাতিম তোমাক?

নিবিড় গোপন কিযে মায়া!

কি নামৰে সোণ পৰশত

বৰ্ণালীহৈ দিয়া

যি নাম দি মাতা

সেয়ে মিঠা!

জীৱনৰ মৰুৰ তুমি ছাঁয়া!

চম্পা বনৰ

সুবাস লাগি!

উন্মনা মন হিয়া!

কি নাম দি মাতিম?

মাতিম তোমাক?

মন আজি মোৰ যায় হ’বলৈ!

পলাশৰ এটি ফুল!

জোনাকী সুৰ.

মন আজি মোৰ যায় হ’বলৈ!

পলাতক এটি ভুল

বিচাৰি মৌ!

ৰৈ যা ফাকি মৌ!

হয়েই উন্মন!

ফুলে ফুৰে উৰণীয়া!

চম্পা বনত

সুবাস লাগি!

উন্মনা মন হিয়া!

কি নাম দি মাতিম?

মাতিম তোমাক?

স্বপ্নালী মোৰ যে নয়নক

চন্দ্ৰ যে আনক, গোপনে মোৰ.

তুমি দিলা মন শিহৰণ

ৰিক্ত হৃদয়ত !

সিঁচিলা ফুল,

মনৰে নয়ন !

স্বপ্ন বিভৎস !

ৰঙে ৰঙে মোহনীয়া !

চম্পা বনত 

সুবাস লাগি

উন্মনা মন হিয়া !

কি নাম দি মাতিম?

মাতিম তোমাক?

নিবিড় গোপন কিযে মায়া !

কি নামৰে সোন পৰশত

স্বৰ্ণালী হৈ দিয়া ||