Lyrics of Jilele Jilele (জিলেলে জিলেলে) | Simanta Sekhar

Published on February 6, 2020

SONG: Jilele Jilele (জিলেলে জিলেলে)

SINGER: Simanta Sekhar



Lyrics of Jilele Jilele (জিলেলে জিলেলে):—

জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
ঠাইতে ওখ ঠাইতে চাপৰ
নোৱাৰো মই বগাব 
বান্দৰ  বিড়ি এটি জলাই
বেগাই যাব লাগিব
এ.. তেতিয়াহে তোমাক লগ 
তেতিয়াহে তোমাক লগ পাম
That’s right…
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
বাৰে কিছিম ভাবনাই ঐ
ধৰেনো হেচাঁ মাৰি 
ধৰেনো হেচাঁ মাৰি 
যেতিয়া মই বিছনাত পৰো
বিছনাতে পৰি লৈ ঐ
কান্দো নো হুৰা হুৰে
কান্দো নো হুৰা হুৰে
তিতিনো যায় শিতানৰ গাৰু
অ মৰম তোমাৰে নাম 
অ মৰম লিখি ল’লো
কলিজাৰ তেজেৰে মই
মচিব নোৱাৰাকৈ
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
That’s right….
অ মাছে মাৰিবলৈ এ পদুম
নিদিও তোমাক যাবলৈ এ পদূম 
নিদিও তোমাক যাবলৈ এ পদূম 
বোঁকা পানী লাগিব গাত
ঘৰতে থাকিবা এ পদূম 
মোৰে কথা ভাবিবা এ পদূম
মোৰে কথা ভাবিবা এ পদূম
মৰমেৰে লগাবা মাত
অ চেনাই তোমাকে মই
অ চেনাই ভালে পাওঁ
বুজাবহে নোৱাৰোঁ মই 
বুজাবহে নোৱাৰোঁ
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
জিলেলে জিলেলে অ জিলেলে জিলেলে
যাবগৈ লাগিব মই অৰুণাচললে
ঠাইতে ওখ ঠাইতে চাপৰ
নোৱাৰো মই বগাব 
বান্দৰ  বিড়ি এটি জলাই
বেগাই যাব লাগিব
এ.. তেতিয়াহে তোমাক লগ 
তেতিয়াহে তোমাক লগ পাম
That’s right…..
ঠাইতে ওখ ঠাইতে চাপৰ
নোৱাৰো মই বগাব 
বান্দৰ  বিড়ি এটি জলাই
বেগাই যাব লাগিব
এ.. তেতিয়াহে তোমাক লগ 
তেতিয়াহে তোমাক লগ পাম……