Uti Jaa Rupali Nau (উটি যা ৰূপালী নাওঁ) | Lyrics In Assamese | Bishnu Prasad Rabha

Published on February 25, 2020

Song: Uti Jaa Rupali Nau (উটি যা ৰূপালী নাওঁ)

Singer: Bishnu Prasad Rabha

Uti Jaa Rupali Nau Lyrics
Uti Jaa Rupali Nau Lyrics

Uti Jaa Rupali Nau Lyrics:—

উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
উটি যা উটি যা ৰূপালী নাওঁ
জোৰ কৈ বা জোৰ কৈ বা
জোৰ কৈ বা জোৰ কৈ বা
অ’ মোৰ পচোৱা মলয়া বা
অ’ মোৰ পচোৱা মলয়া বা
উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল
শুনি তোৰ মৃদুল সুৰ
সিয়ঁৰি উঠে মোৰ গা
শুনি তোৰ মৃদুল সুৰ
সিয়ঁৰি উঠে মোৰ গা
সিয়ঁৰি উঠে মোৰ গা
উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
লুইতৰ বুকুৰে ঢল
নাচি কৰে তলমল
লুইতৰ বুকুৰে ঢল
নাচি কৰে তলমল
গাই ব‍ই কলকল
গাই ব‍ই কলকল
তোলে সুমধুৰ ৰাগ
উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
উটি যা উটি যা ৰূপালী নাওঁ
জোৰ কৈ বা জোৰ কৈ বা
জোৰ কৈ বা জোৰ কৈ বা
অ’ মোৰ পচোৱা মলয়া বা
অ’ মোৰ পচোৱা মলয়া বা
উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ