Endhare Endhare Eti Junaki Lyrics | Zubeen Garg

Published on March 17, 2020

Song: Endhare Endhare Eti Junaki (এন্ধাৰে এন্ধাৰে এটি জোনাকি)

Singer: Zubeen Garg

Endhare Endhare Eti Junaki Lyrics
Endhare Endhare Eti Junaki Lyrics

Endhare Endhare Eti Junaki Lyrics:–

এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে

তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে


মোৰ বুকুত এজোপা গোলাপ


(কোনে ৰুলে)
তেজতে এটোপাতৰ ধালি
(হৃদয় কোনে চুলে) – ২
তোমাৰ কথা ভাবিলে অকলে অকলে
তৰাই তৰাই কথা পাতে
গোলাপৰ পাহে পাহে
জোনাকিৰ জাপ জ্বলে
মোৰ তেজৰ কোহে কোহে


এন্ধাৰে এন্ধাৰে এটি জোনাকি


উৰি অহি মোৰ বুকুত শুলে