Godhuli Ahil Lyrics By Nirmal Prabha Bordoloi

Song: Godhuli Ahil (গধূলি আহিল)

Singer: Nirmal Prabha Bordoloi

Godhuli Ahil Lyrics 


Godhuli Ahil Lyrics:---

গধূলি আহিল তৰা জিলিকিল
এধানি নিয়ৰত গধূলি গোপালে
উজ্বলি উঠিল ।

জোনৰে পানচৈ ঘাটতে চাপিল
চিকুণে চেনেহত তোমাৰে কাষলে
মনটি উৰিল ।

জোনাকৰে ৰাগি বতাহত বিয়পিল
ফুলৰে পাহিতে তোমাৰ হাঁহিতে
দেখা যেন লাগিল ।

জোনৰে পানচৈ ...
ৰিণিকি ৰিণিকি তোমাৰে মাতটি
দূৰণি সৰকি ৰাতিৰে বাঁহীতে
শুনা যেন লাগিল ।

মনৰে লিহিৰি বনৰে সুহুৰি
তোমাকে ধিয়াই বুজনি আগচি
উৰা যে মাৰিল ।।

Post a Comment

Previous Post Next Post

Contact Form