Mur Aaji Xandhiyar Lyrics By Jyoti Prasad Agarwala

Song: Mur Aaji Xandhiyar (মোৰ আজি সন্ধিয়াৰ)

Singer: Jyoti Prasad Agarwala

Mur Aaji Xandhiyar Lyrics
Mur Aaji Xandhiyar Lyrics

Mur Aaji Xandhiyar Lyrics:---

মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা
গোপনৰ বাণী

মৰমেৰে সানি
গানতে মিলাই গালে
উলিয়াব জানো তোৰ
চকুৰ পানী?

আকুল ই কণ্ঠৰ গানে
ক’ব জানো তোৰ কাণে কাণে
মোৰ হিয়া নিজানৰ
নুফুটা ব্যাথা?

মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা ।।

Post a Comment

Previous Post Next Post

Contact Form