Mur Barit Fulile Lyrics By Jyoti Prasad Agarwala

Song: Mur Barit Fulile (মোৰ বাৰীত ফুলিলে)

Singer: Jyoti Prasad Agarwala

Mur Barit Fulile Lyrics
Mur Barit Fulile Lyrics

Mur Barit Fulile Lyrics:---

মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী
তোৰ বাৰীত পৰিলে ছাঁ
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা ।

বাউলী বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কূ-উ বুলি?
ৰূপহ কলীয়া কুলী ।।

Post a Comment

Previous Post Next Post

Contact Form