O Alohi Aa Lyrics By Bishnu Prasad Rabha

Song: O Alohi Aa (অ’ আলহী আ)

Singer: Bishnu Prasad Rabha

O Alohi Aa Lyrics
O Alohi Aa Lyrics

O Alohi Aa Lyrics:---

অ’ আলহী আ অ’ আলহী আ
প্ৰভাত বীণৰ সোণালী তাঁৰ
জোকাৰী থ অ’ আলহী আ ।

অ’ তই নীল গগণৰ
উজ্জ্বল মেঘৰ
বগা ৰথত বহি
ৰশ্মি কণা কিৰণ সনা আলহী আ ।

মোহন বাঁহীৰ ঝংকাৰ আৰু মোহন বাঁহীৰ সুৰ
আজি দক্ষিণ মলয় কৰক জুৰ
আজি পাতে পাতে ডালে ডালে
ৰ’ব মোহন সুৰ আলহী আ ।।

Post a Comment

Previous Post Next Post

Contact Form