Xuworoni Mur Lyrics By Bhupen Hazarika

Song: Xuworoni Mur (সোঁৱৰণী মোৰ)

Singer: Bhupen Hazarika

Xuworoni Mur Lyrics

Xuworoni Mur Lyrics:---

সোঁৱৰণী মোৰ
ৰাঙলী জীৱন
সোঁৱৰণী মোৰ
ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গʼল।

পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰ
জীৱন্ত সমাধি হʼল ।
মনৰে আঁতবোৰ
কেনি হেৰুৱালোঁ
ভাষাৰে পখিলী
কেনি উৰুৱালোঁ
বহু দূৰ আঁতৰি গʼল
উভতি নোচোৱা হʼল ।

হাতীপটি ভাগি পৰিল
আকাশত অগনি জ্বলিল
সূৰুযৰ চকুলো সৰিল
পাহৰণি ...
পাহৰা দিনৰে,
কত পম খেদিলোঁ
গভীৰ নিৰাশাত লুইতৰ বুৰিলোঁ
উশাহ নোহোৱা হʼল
সুৰবোৰ কেনিবা গʼল ।

Post a Comment

Previous Post Next Post

Contact Form