Bonot Fula Bonoriya Ful Lyrics By Jyoti Prasad Agarwala

Song: Bonot Fula Bonoriya Ful (বনত ফুলা বনৰীয়া ফুল )

Singer: Jyoti Prasad Agarwala

Bonot Fula Bonoriya Ful Lyrics
Bonot Fula Bonoriya Ful Lyrics

Bonot Fula Bonoriya Ful Lyrics:----

বনত ফুলা বনৰীয়া ফুল   
গোন্ধতে তোৰ বন আমোল মোল ৷
বনত বোৱা নিজৰাটিৰ
গান কুল কুল
বনত ফুলা বনৰীয়া ফুল ৷

বনৰ দুবৰি খোৱা
বন হৰিণা
মৌ সুৱদি মিঠা মাতৰ বনৰ মইনা....
বনে বনে
মনে মনে

বন মৰমৰ চুমা যাচে
হাতত সাৰে ভৰিত সাৰে
কোনে নাচে কোনে নাচে
সোণসেউজী বনৰ কইনা ৷৷

Post a Comment

Previous Post Next Post

Contact Form