Bornatey Joley Lyrics By Jyoti Prasad Agarwala

Song: Bornatey Joley

Singer :Jyoti Prasad Agarwala

Bornatey Joley Lyrics
Bornatey Joley Lyrics

Bornatey Joley


বৰ্ণত জ্বলে
গন্ড়ত জ্বলে
সুৰত জ্বলে
গানত জ্বলে
অগ্নি ছবি কাৰ ?

ভাৰত জাগে
ৰক্ত ৰাগে
কল্পনাত
ফুলে শতদল
বিশ্ব বাসনাৰ৷

নিজৰ জুইৰে নিজকেই ওউৰি কৰিব খুজিছ সোণ
উগ্ৰতপা হে সন্ন্যাসী তই কোন,
তই কোন?
সপোনত তই যি দেখিলি
দিঠকত মহাসত্য

জীৱন ধুনীয়া কৰা
তাক লৈ তই আগবাঢ়িছ
ৰূপান্তৰৰপৰা৷
সেই সত্যই আজি
বিশ্ব বিয়পি

গান গায় ঘৰে ঘৰে
সেই গান শুনি
সাৰ পাই উঠি
মহাজীৱনৰ ৰাজআলিলৈ
বিশ্বজনতা লৰে৷৷

Post a Comment

Previous Post Next Post

Contact Form