Gaan Jodi Moi Nilikhu Lyrics By Jyoti Prasad Agarwala

Song: Gaan Jodi Moi Nilikhu (গান যদি মই নিলিখোঁ)

Singer: Jyoti Prasad Agarwala

Gaan Jodi Moi Nilikhu Lyrics
Gaan Jodi Moi Nilikhu Lyrics

Gaan Jodi Moi Nilikhu Lyrics:---

গান যদি মই নিলিখোঁ সখি
তই জানো মোৰ থাকিবি কাষত
তোৰ, চম্‌পা আঙুলি লেখি ?
গান যদি মই নিলিখোঁ সখি !

সুৰৰ চানেকি নেবাছিলে মই
থাকিবিনে ৰৈ
থাকিবিনে ৰৈ
মোকে নিৰিখি

মই যদি মাথোঁ নাগাওঁ গান
নিলিখোঁ কবিতা
কৰি অভিমান

তেতিয়াও জানো, তেতিয়াও, ওচৰতে
হাঁহি থাকিবি?
গান যদি মই নিলিখোঁ সখি ৷৷

Post a Comment

Previous Post Next Post

Contact Form