Kaitiya Bonoloi Najabi Lyrics By Jyoti Prasad Agarwala

Poem: Kaitiya Bonoloi Najabi (কাঁইটীয়া বনলৈ নাযাবি)

Writer: Jyoti Prasad Agarwala

Kaitiya Bonoloi Najabi Lyrics
Kaitiya Bonoloi Najabi Lyrics

Kaitiya Bonoloi Najabi Lyrics:---

কাঁইটীয়া বনলৈ নাযাবি নাযাবি
কাঁইটে বিন্ধিব তোক
দুবৰি বনতে তয়ে নুফুৰিবি
ভৰিতে লাগিব জোক ৷

কেতেকীৰ আঁৰতে
ফেটিৰ মূৰত জ্বলে
মানুহে নোপোৱা মণি
অতলৰ তলতে
প্ৰবালৰ খনি ৷

তোক বিচাৰি মোৰ গান
তালৈকো যাব
বিপদ চুমা খাব ৷৷

Post a Comment

Previous Post Next Post

Contact Form