Kune Geet Gali Lyrics By Jyoti Prasad Agarwala

Song: Kune Geet Gali (কোনে গীত গালি)

Singer: Jyoti Prasad Agarwala

Kune Geet Gali Lyrics
Kune Geet Gali Lyrics

Kune Geet Gali Lyrics:---

কোনে গীত গালি
লুইতৰ শিলনিত
বিননিত পানী উজাই
কোনে হেৰুৱালি
বুকুৰ সোণৰ মণি
বিচাৰি পাবলৈ নাই ৷

কোনে চুমা খালি
সপোনৰ কোঁৱৰক
দিঠকত কান্দ বিনাই

নোপোৱাক পাবলৈ
কোনে বাটে চাৱ
মোৰ গানৰে সুৰৰে
সখী পতাই?

Post a Comment

Previous Post Next Post

Contact Form