Notun Dinole Jatra Korili Lyrics By Jyoti Prasad Agarwala

Song: Notun Dinole Jatra Korili (নতুন দিনলে’ যাত্ৰা কৰিলি)

Singer: Jyoti Prasad Agarwala

Notun Dinole Jatra Korili Lyrics
Notun Dinole Jatra Korili Lyrics

Notun Dinole Jatra Korili Lyrics:---

নতুন দিনলে’ যাত্ৰা কৰিলি           
কোনে কোনে
কোনে কোনে?
ভাগ্য পঢ়িলি মনে মনে
মনে মনে ৷

সেইটি বাটত
দুখৰ জ্বলে জ্বলন্ত এঙাৰ
মৃত্যুয়ে তাত বাটে বাটে ধৰিছে হেঙাৰ
মৃত্যু বিজয়ী ন জোৱানৰ
যাত্ৰা ৰুধিবি কোনে ?         
যাত্ৰা ৰুধিবি কোনে?

সমদলৰ সংঘাত লাগি
পৰ্ব্বত খহি যাব           
জীৱনৰ তেজ জ্বলি উঠা দেখি
মৃত্যুও কোঁচ খাব
সিহঁত যাব, সিহঁত যাব, বিস্ফোৰি বিদাৰি
যাব... মহালোকৰ পিনে
মৃত্যুবিজয়ী ন জোৱানৰ যাত্ৰা ৰুধিবি কোনে ?
  

Post a Comment

Previous Post Next Post

Contact Form