Puhor Nopora Fulot Lyrics By Jyoti Prasad Agarwala

Song: Puhor Nopora Fulot (পোহৰ নপৰা ফুলত)

Singer: Jyoti Prasad Agarwala

Puhor Nopora Fulot Lyrics
Puhor Nopora Fulot Lyrics

Puhor Nopora Fulot Lyrics:---

পোহৰ নপৰা ফুলত আছিলে
ফুল সুৰভি শুই
শিল্পী আছিল জনৰ মনত
কল্পনা তাৰ নাজাগোতেই
নালাগোতেই নতুন বেলিৰ জুই ৷

পোহৰ লাগি
গন্ধ জাগি  বনে বনে যায়
নতুন গানৰ জুই লাগিলত
এই পৃথিৱীৰ জনগণৰ, আকুলতা জাগিল প্ৰাণৰ
মনৰ শিল্পী
উঠিল সাৰ পাই ৷

নতুন মানৱ উঠক জাগি
শিল্পী মনৰে
পৰিপূৰ্ণ হওক পৃথিৱী
আনন্দ গানৰে ৷৷

Post a Comment

Previous Post Next Post

Contact Form