Tur Xote Mur Pratham Lyrics By Jyoti Prasad Agarwala

Song: Tur Xote Mur Pratham (তোৰ সতে মোৰ প্ৰথম)

Singer: Jyoti Prasad Agarwala

Tur Xote Mur Pratham Lyrics
Tur Xote Mur Pratham Lyrics

Tur Xote Mur Pratham Lyrics:---

তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
মোৰ যে হাতত নাছিল সোণৰ বীণা ৷

মোৰ ৰূপতেই তোক দেখি
মোৰ ৰূপকেই চালো লেখি লেখি
তয়ে ময়ে মাথো একা ছবি ৷

হাতত বীণা তুলি লৈ
সেইহে হলো
মোৰ গানকেই             

তোৰ সুৰতেই
মিলাই গোৱা কৰি
তয়ে ময়ে একেখনি ছবি ৷৷

Post a Comment

Previous Post Next Post

Contact Form