Murei Gaanor Ortho Lyrics By Jyoti Prasad Agarwala

Song: Murei Gaanor Ortho (মোৰেই গানৰ অৰ্থ)

Singer: Jyoti Prasad Agarwala

Murei Gaanor Ortho Lyrics
Murei Gaanor Ortho Lyrics

Murei Gaanor Ortho Lyrics:---

মোৰেই গানৰ অৰ্থ ময়েই
ব্যাকুল হৈ তোক ক’বলৈ
তোকে বিচাৰি যাওঁ
বন বনান্ত ঘূৰি ফুৰি আহি
মোকেই লগ পাওঁ৷

মোৰ কোঠালিত
মোৰ সুৰৰ সতে
তোৰ ধেমালি দেখি
তোৰে সতে মোৰ কথা হবলে’

থাকো ৰখি ৰখি
মোৰ সুৰৰ সতে নাচি- বাগি
থকাকে মই অৰ্থ
কিজানিবা গানৰ অৰ্থ
তোকে কবলৈ পাওঁ৷৷

Post a Comment

Previous Post Next Post

Contact Form