Baby Girl | Matrix and Nilakshi Neog | Priyam Pallabi

Singer: Matrix and Nilakshi Neog
Lyrics: Anurag Junak Kashyap

অ মোৰ জান অ
নেচাবি এনেদৰে কলিজা দহি পুৰি যাই মোৰ

কুঞ্জলতা কপৌফুল ফুলি আছে
নাচনী ভনী ঢুলীয়াই মাতি আছে
নাজাও বুলি নকবা বেয়া পাব
চিৰদিনৰ কাৰণে বিদাই লব

কুলিৰ মিঠা মাতে আনিলে তোৰ গাঁৱলৈ
মনে মোৰ ভাবি থাকে তোকে চাও চাও কৈ

কুলিৰ মিঠা মাতে আনিলে তোৰ গাঁৱলৈ
মনে মোৰ ভাবি থাকে তোকে চাও চাও কৈ

সাবতিব দিবি নে তই মৰমেৰে ঐ
তই আনলে যোৱাটো লাগে মোৰ যে ভয়
মৰিলো হাই ঐ সুনজনী
তই এ সুন্তৰা তই এ দেহা জান (o baby girl)
তই এ গগনা তই এ গামখাৰু
অ জান (o baby girl)
শিতানৰে গাৰু সাৱটি থাকোঁ তুকে  (baby girl)
মনে প্ৰাণে সিৰে সিৰে বৈ আছে তই মোৰ (baby girl)


(Music)


বুকুৰে নিজানত শেৱালী সৰিছে
মৰমৰ নিয়ৰৰ দুবৰি তিতিছে
বতৰে প্রেমতে আজি সপোন সাজিছে
যেন পৰীয়ে দিনে মিছিকি হাঁহি
যৌৱনৰ গছত ফুলিল ফুল পাহি
কলিজাতে কেঁচা মৰম তুমি দিলা হি


আলোঁসুৱা হৃদয়ত মোৰ তোমাৰেই নাম
কি আচৰিত সৃষ্টি এই মৰম
মৰমৰ সেই মিছা মাতত আঙুলি কামুৰি ঐ
তই মোৰেই হবি সঁচাই সোন তই লগৰী

ঐ দেহাতি দেহাতি ভাঙিলে হী
মৰমৰ বিহুতি পিন্ধাই দিয়া অ (baby girl)
যৌৱন হিয়া দিয়া নিয়া তই প্ৰিয়া অ (baby girl)
মোৰে গানৰ তালে তালে নাচা তই (baby girl)
তই সপোনৰ তই দিঠকৰ তই এ (baby girl)


(Music)...


আই মোৰ নিদিয়ে অনাই বনাই ঘুৰিবলৈ
অচিনাকি প্ৰেমত পৰি অন্তৰ খন দিবলৈ

আই মোৰ নিদিয়ে অনাই বনাই ঘুৰিবলৈ
অচিনাকি প্ৰেমত পৰি অন্তৰ খন দিবলৈ
ঘৰৰ কথা পেলাব টান কোৱা মই কি কৰোঁ
সেই লাজেও কবিধাই মোৰে আঙুলি কামুৰো
আশাৰে নদী বৈ যায় মৰম ত সাঁচি থোৱা মৰমৰ হে
(Baby girl)


জুমি চাই মিচিকি হাঁহা মই তোৰে(baby girl)
মই পাহাৰীয়া তই ভৈয়ামৰ প্ৰেম সলনি হল
যুগে যুগে মৰম কৰি থাকিম মই তোৰে
(Baby girl)

তই এ সুন্তৰা তই এ দেহা জান (o baby girl)
তই এ গগনা তই এ গামখাৰু
অ জান (o baby girl)
শিতানৰে গাৰু সাৱটি থাকোঁ তুকে  (baby girl)
মনে প্ৰাণে সিৰে সিৰে বৈ আছে তই মোৰ (baby girl)

Post a Comment

Previous Post Next Post

Contact Form