Dibrugarh Axom | Gitanjali

Song: DIBRUGARH AXOM
Singer: Gitanjali Das

এ নামে নো গিতাঞ্জলী
গগৈ লিখো উপাধি
এ নামে নো গিতাঞ্জলী
গগৈ লিখো উপাধি
স্কুল নো নগামাটিত
তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা
পষ্ট ওফিচ হ'ল পৰ্বতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম


এ নামে নো জেলেঙা কাই
সদায় নো মেজেঙা খায়
এ নামে নো জেলেঙা কাই
সদায় নো মেজেঙা খায়
মদৰে ঐ নিচাতে ৰাতি থাকে জঁপিয়াই
গাৱে নো ঠেৰেমিয়া
পষ্ট ওফিচ হল পৰ্বতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম


(Music)


এ দকৈ পথাৰত ঐ জান
ধানে নো দাই আছিলো
এ দকৈ পথাৰত ঐ জান
ধানে নো দাই আছিলো
এ ধানে নো দাই আছিলো
তোলৈ মনত পৰিছিল ইমান


এ এগচি দুগচি ঐ জান
মুঠি নো ঐ বান্ধতে
এ মুঠি নো ঐ বান্ধতে
কঁকালৰ বিষ ধৰিছিল ইমান


এ মনে মনে আহি তই
খামচি ঐ ধৰি লৈ
কৰিছিলি ইমান কৈ
কৰিছিলি ইমান কৈ মৰম


এ নামে নো গিতাঞ্জলী
গগৈ লিখো উপাধি
স্কুল নো নগামাটিত
তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা
পষ্ট ওফিচ হল পৰ্বতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম


(Music)...


চিঠি দি পঠিয়াম ঐ জান
পৰাগৰে হাততে
চিঠি দি পঠিয়াম ঐ জান
পৰাগৰে হাততে
পৰাগৰে হাততে
তৰো দেখোন মবাইল ফোন নাই


এ স্কুলৰ ছুটিতে ঐ জান
আহিবি মোক নিবলে
আহিবি মোক নিবলে
দুয়ো নো পলাই গুচি যাম


ঐ যামে নো গৈ টেঙাখাত
নহয় নো বৰ বেছি বাট
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম


এ নামে নো গিতাঞ্জলী
গগৈ লিখো উপাধি
স্কুল নো নগামাটিত
তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা
পষ্ট ওফিচ হল পৰ্বতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম ।।

Post a Comment

Previous Post Next Post

Contact Form