Aji Tumi Nohole Lyrics

Published on December 13, 2020
Aji Tumi Nohole Lyrics

 Song : Aji Tumi Nohole

Album : Rong

Singers:  Zubeen Garg and Mahalakshmi Iyer


Aji Tumi Nohole Lyrics

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা…

গুলপীয়া ওঁঠেৰে

মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা…

এতিয়াও মই

দূৰণিৰে

সময় হ’লে পাবা নিবিৰে

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা…

আছিলোঁ অকলে

সপোনে নিবিৰে

অচিনাকি নিশাতে…

বুকুৰে উমকে সাঁচিলোঁ তোমালৈ

বহু বহু যুগৰে…2x

আজি মন কোমল মেঘৰ দৰে

আজি মন কোমল মেঘৰ দৰে

নিগৰে অশ্ৰু আৱেগৰে…

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা…

গুলপীয়া ওঁঠেৰে

মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা…

এতিয়াও মই দূৰণিৰে

সময় হ’লে পাবা নিবিৰে ৷

কোনোবা জনমৰ পাহৰা মৰমে

আহিলে ওচৰলৈ…

বুকুৰে আমঠু ৰঙালে ৰঙেৰে

মৰমী চাৱনিৰে… 2x

আজীৱন  তোমাৰ ময়ে অনল

আজীৱন তোমাৰ ময়ে অনল

জ্বলি ৰ’ম তোমাৰে বুকুৰে হৈ

AssameseLyrical.com

আজি তুমি নহ’লে

মোৰ মন নভৰে…

সপোনৰে পখী হৈ নামানা…

গুলপীয়া ওঁঠেৰে

মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা…

এতিয়াও মই দূৰণিৰে

সময় হ’লে পাবা নিবিৰে

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা…৷