Dhora Nidiu Moi Lyrics (ধৰা নিদিও মই)

 

Song:  Dhora Nidiu Moi

Singer: Mausam Gogoi

Dhora Nidiu Moi Lyrics

ধৰা নিদিও মই  

তোমাৰ আগত 

বুকুৰ মাজতে 

ভাল পাম 

নিবিচাৰো মৰম

কোমল পৰশ

মাথো দুচকুৱে চাম 

 

 

দুৰে দুৰে ৰ’লে তুমি 

সপোনে সপোনে দেখা পাম 

সপোন ভাঙি গ’লে তুমি 

কান্দি কান্দিও সূখ পাম

 

AssameseLyrical.com

 

ধৰা নিদিও মই

তোমাৰ আগত 

বুকুৰ মাজতে 

ভাল পাম 

নিবিচাৰো মৰম 

কোমল পৰশ 

মাথো দুচকুৱে চাম 

 

 

জনমে আজি কিছো দিনৰ পৰা 

যোৰাই যোৰাই বহু সপোন ভঙা 

অকলে অকলে কথা পাতি পাতি 

পূৱাই ৰাতি গাৰোক সোধি সোধি 

গলানে টুপনি মোৰ জান 

গলানে টুপনি মোৰ জান …

 

 

ধৰা নিদিও মই 

তোমাৰ আগত 

বুকুৰ মাজতে 

ভাল পাম 

নিবিচাৰো মৰম 

কোমল পৰশ 

মাথো দুচকুৱে চাম 

বুকুতে সাঁচি বহু বুকুৰ বেঠা 

বোজাই বৰাহি ৰাখো মনক জানা 

পাবলে আশা বাঢ়ি বাঢ়ি 

জ্বলাই মোকে প্ৰতি দিনে ৰাতি 

কব হে নোৱাৰো মোৰ জান 

কব হে নোৱাৰো মোৰ জান ….

 

 

ধৰা নিদিও মই 

তোমাৰ আগত 

বুকুৰ মাজতে 

ভাল পাম 

নিবিচাৰো মৰম 

কোমল পৰশ 

মাথো দুচকুৱে চাম 

 

 

দূৰে দূৰে ৰ’লে তুমি 

সপোনে দেখা পাম 

সপোন ভাঙি গলে তুমি 

কান্দি কান্দিও সূখ পাম 

Have you found Any Mistakes in Dhora Nidiu Moi Lyrics?, Please Report In the Contact Section with the Correct Dhora Nidiu Moi Assamese Song Lyrics!, View More Assamese lyrics.

Leave a Comment