Dusoku Melibore Pora Lyrics (দুচকু মেলিবৰে পৰা )

Published on December 24, 2020


Song: Dusoku Melibore Pora 

Singer: Mousam Gogoi 

Dusoku Melibore Pora Lyrics


দুচকু মেলিবৰে পৰা 

তুমিয়ে দি আছা ধৰা 

অ’ মোৰ প্ৰিয়া ..

তুমি জানো মোৰ নহোৱা 

দূুচকু মেলিবৰে পৰা 

তুমিয়ে দি আছা ধৰা 

অ’ মোৰ প্ৰিয়া ...

তুমি জানো মোৰ নহোৱা 



যেতিয়া মই ভাবো তোমাক 

এন্ধাৰতো নামে জোনাক 

মোৰ উশাহত প্ৰতিপল 

মাথােঁ থাকা তুমি 

যদিও দূূূূুৰনিতে থাকো 

নিতে সপোনতে তোমাক দেখো 

তুমি পাহৰি গলেও 

মৰম নাযাব কমি 

দুচকু মেলিবৰে পৰা 

তুমিয়ে দি আছা ধৰা 

অ’ মোৰ প্ৰিয়া ...

তুমি জানো মোৰ নহোৱা


AssameseLyrical.com


দিশহাৰা  হয় যদি হাৰো 

যদি তোমাক কাষত বিচাৰো 

দিবানে প্ৰেৰনা মোক 

মেলি তোমাৰ দোহাত 

মই ভবা বোৰ তুমি ভাবানে 

ভাবি বাৰো কিবা পোৱা নে 

মই আজিবন ৰৈ থাকিম 

জানা তোমাৰে আশাত 

দুচকু মেলিবৰে পৰা 

তুমিয়ে দি আছা ধৰা 

অ’ মোৰ প্ৰিয়া ...

তুমি জানো মোৰ নহোৱা



দুচকু মেলিবৰে পৰা 

তুমিয়ে দি আছা ধৰা 

অ’ মোৰ প্ৰিয়া ...

তুমি জানো মোৰ নহোৱা