Zubeen Garg
Bisarisu Mathu Ebar Lyrics | Zubeen Garg
Song: Bisarisu Mathu Ebar (বিচাৰিছো মাথোঁ এবাৰ)
Singer: Zubeen Garg
![]() |
| Bisarisu Mathu Ebar Lyrics |
Bisarisu Mathu Ebar Lyrics:—
বিচাৰিছো মাথোঁ এবাৰ
আহি দিয়া,দিয়া দেখা
জীৱনৰে শেষ নিশা
বিচাৰিছো মাথোঁ এবাৰ
আহি দিয়া,দিয়া দেখা
জীৱনৰে শেষ নিশা
বিচাৰিছো মাথোঁ এবাৰ….
অভিমানী জুই কিয়!
নুমুৱা নাই আজি কিয়!
অভিমানী জুই কিয়
নুমুৱা নাই আজি কিয়
তুমি জানো পাহৰিলা
তুমি জানো পাহৰিলা
বহু দিনৰ ,বহু কথা
বিচাৰিছো মাথোঁ এবাৰ
আহি দিয়া,দিয়া দেখা
জীৱনৰে শেষ নিশা
বিচাৰিছো মাথোঁ এবাৰ
ৰৈ আছো সমাধিতে
ক্ষণ গণি মৰণৰে
ৰৈ আছো সমাধিতে
ক্ষণ গণি মৰণৰে
তুমি জানো সিচিঁ দিবা
তুমি জানো সিচিঁ দিবা
বহু আশাৰ পূৰ্ণতা
বিচাৰিছো মাথোঁ এবাৰ
আহি দিয়া দিয়া দেখা
জীৱনৰে শেষ নিশা
জীৱনৰে শেষ নিশা
বিচাৰিছো মাথোঁ এবাৰ
আহি দিয়া,দিয়া দেখা
জীৱনৰে শেষ নিশা
জীৱনৰে শেষ নিশা..
