Mur Kothai Amoni Korene Lyrics By Zubeen Garg | New Assamese Hit Song

Published on February 29, 2020

Song: Mur Kothai Amoni Korene (মোৰ কথাই আমনি কৰেনে)


Singer: Zubeen Garg

Mur Kothai Amoni Korene Lyrics
Mur Kothai Amoni Korene Lyrics

Mur Kothai Amoni Korene Lyrics:—

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তুনা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলে

তুমি কিয় এনে কৰিলা
এৰা….খুতি এৰা দি এৰিলা

মোৰ কথায়ে আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তুনা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

যাবৰে সময়ত একোকে নক’লা
কিদৰে থাকিম নাভাবিলা
যাবৰে সময়ত উভতি নাচালা
কিদৰে পাহৰিম নুবুজিলা

নপৰে মনতে আঁতৰি দূৰে দূৰে
চকুলোঁ বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে
এ…. এ…. এ…. এ….
তুমি নিজানত বহিলে

মোৰ কথায়ে আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তুনা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

গুলাপৰে পুলি তুমিয়েটো ৰুলা
গুৰিতিনে ৰুতিক চিঙি দিলা
সুখে-দুখে থাকিম
তুমি কথা দিলা
চিনাকী নহওঁতে আতঁৰিলা

নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলোঁ বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে
এ…. এ…. এ…. এ….
তুমি নিজানত বহিলে

মোৰ কথায়ে আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তুনা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা