O Mure Lorar Maak (অ’ মোৰে ল’ৰাৰ মাক) | Lyrics In Assamese | Zubeen Garg

Published on February 22, 2020

Song: O Mure Lorar Maak (অ’ মোৰে ল’ৰাৰ মাক)

Singer: Zubeen Garg 

O Mure Lorar Maak Lyrics
O Mure Lorar Maak Lyrics

O Mure Lorar Maak Lyrics:—

ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
ৰহদৈ কৰদৈ
পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
হাচতী পুৰাও মই তামোল-চালিৰে
পানে চুনে যতনাই দে
কঁকালৰ তিয়নী জাকৈ খিয়নী
কাঠিৰে পৰা নমাই দে
হাচতী পুৰাও মই তামোল-চালিৰে
পানে চুনে যতনাই দে
কঁকালৰ তিয়নী জাকৈ খিয়নী
কাঠিৰে পৰা নমাই দে
শাকণি বাৰীৰে লাই-পালেং শাক
বেগেতে তুলি তুলি ৰাখ।
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
চুবুৰীৰ ৰংমন উভতি আহিলে
কঁকালৰ খালৈটি পুৰাই
খলিহনা পুঠী আৰু গৰৈ চেঙেলি
দেখি মোৰ দেহা জ্বলি যায়।
চুবুৰীৰ ৰংমন উভতি আহিলে
কঁকালৰ খালৈটি পুৰাই
খলিহনা পুঠী আৰু গৰৈ চেঙেলি
দেখি মোৰ দেহা জ্বলি যায়।
শাকণি বাৰীৰে লাই-পালেং শাক
বেগেতে তুলি তুলি ৰাখ।
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
ৰহদৈ কৰদৈ
পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
অ’ মোৰে ল’ৰাৰ মাক
মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ’ ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ