Zubeen Garg
Kajol Lota Tumare Nam Lyrics | কাজল লতা তোমাৰে নাম | Zubeen Garg
Song: Kajol Lota Tumare Nam (কাজল লতা তোমাৰে নাম)
Singer: Zubeen Garg
Kajol Lota Tumare Nam Lyrics:—
কাজল লতা
কাজল লতা তোমাৰে নাম, শীতলতা নাই,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় ।
কাজল লতা তোমাৰে নাম, শীতলতা নাই,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় ।
-খোজত বোলে পদুম ফুলে নাই দেখা নাই
-খোজত বোলে পদুম ফুলে নাই দেখা নাই
আঁচলৰে বা-ই মাথোঁ মন উৰুৱাই,
শুকান পাতত(**পাতৰ) দৰে মাথোঁ, হওঁ অসহায়,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় ।
কাজল লতা তোমাৰে নাম, শীতলতা নাই,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় ।
কথাত বোলে বৰষে মৌ, নাই শুনা নাই,
প্ৰাণৰ ভাষা আজি চাগে তুমি শিকা নাই,
কথাত বোলে বৰষে মৌ, নাই শুনা নাই,
প্ৰাণৰ ভাষা আজি চাগে তুমি শিকা নাই,
মৰমৰে বতৰ আছিল, তাতো নিৰুপায়,
কাজল সনা দুচকুৱে জুই ছটিয়ায়,জুই ছটিয়ায় ।