Zubeen Garg
Ful Fulok Song Lyrics | ফুল ফুলক | Zubeen Garg
Song: Ful Fulok (ফুল ফুলক)
Singer: Zubeen Garg
![]() |
| Ful Fulok Song Lyrics |
Ful Fulok Song Lyrics:—
ফুল ফুলক ৰ’দৰে ফুল,
হৃদয় সেউজী ধৰা
ফুল ফুলক
সূৰ্য্যমূখী ফুল প্ৰিয়তমা,
তোমাৰ খোপাত
ফুল ফুলক ৰ’দৰে ফুল…..
নাহৰ পাতত,
মেঘৰ ছাঁয়াই নাছক আজি,
মন আকাশৰ
ডাৱৰৰে ফুল ফুলক আজি,
নাহৰ পাতত,
মেঘৰ ছাঁয়াই নাছক আজি,
মন আকাশৰ
ডাৱৰৰে ফুল ফুলক আজি,
প্ৰজাপতি মেলা সপোন পাখি
মুগ্ধ হিয়াত,
ফুল ফুলক
সূৰ্য্যমূখী ফুল প্ৰিয়তমা
তোমাৰ খোপাত,
ফুল ফুলক ৰ’দৰে ফুল…..
এৰি অহা বাট ঢাকি থ…..
এখিলা শুকান সৰা পাত,
সমূখৰ প্ৰণয়ৰ শীৰ্ষ পথ
পখিলা পাখি মেলি থাক…..
বাঁহীৰ সুৰত
নিশাৰ তৰাই নাছক ৰাতি,
দুটি নয়নত
মধু জোন জ্বলক আজি,
বাঁহীৰ সুৰত
নিশাৰ তৰাই নাছক ৰাতি
দুটি নয়নত
মধু জোন জ্বলক আজি,
সূৰ্যমূখী মেলা সপোন পাহি
মোৰে হিয়াত,
ফুল ফুলক
সূৰ্য্যমূখী ফুল প্ৰিয়তমা,
তোমাৰ খোপাত…..
ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰা
ফুল ফুলক
সূৰ্য্যমূখী ফুল প্ৰিয়তমা,
তোমাৰ খোপাত…..
ফুল ফুলক ৰ’দৰে ফুল…..
ফুল ফুলক ৰ’দৰে ফুল…..
ফুল ফুলক ৰ’দৰে ফুল…..
