Jyoti Prasad Agarwala
Xeujiya Lyrics | সেউজীয়া | Jyoti Prasad Agarwala
Song: Xeujiya (সেউজীয়া)
Singer: Jyoti Prasad Agarwala
![]() |
| Xeujiya Lyrics |
Xeujiya Lyrics:–
সেউজীয়া… সেউজীয়া…
সেউজীয়া… সেউজীয়া…
লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,
লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,
সেউজী গছতে সোণৰ গুটি লাগে
হীৰাফুলে মাৰে পোহৰ ছাটি,
সেউজী গছতে সোণৰ গুটি,
সেউজীয়া… সেউজীয়া…
ভাটি দেশৰে বনুৱা ছোৱালী অ’…
ভাটি দেশৰে বনুৱা ছোৱালী অ’…
টুকুৰি ভৰাবি কোমল পাতে,
ভাগৰি জিৰাবি বিৰিখৰ ছাঁতে
আঙুলি বুলাবি পাতে পাতে,
খৰকৈ বুলাবি অ’…
সেউজীয়া… সেউজীয়া…
লাখো লাখ টকাৰে মোকে নাতে
খৰকৈ আঙুলি পাতে পাতে,
লাখো লাখ টকাৰে মোকে নাতে
খৰকৈ আঙুলি পাতে পাতে,
চাহৰে বাগিছা নহয় মোৰ দেউতা
ৰুপৰে বাগিছা আছে ফুলি,
সেউজী গছতে সোণৰ গুটি,
সেউজীয়া… সেউজীয়া…
সেউজীয়া… সেউজীয়া…
লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,
লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,
সেউজী গছতে সোণৰ গুটি লাগে
হীৰাফুলে মাৰে পোহৰ ছাটি,
সেউজী গছতে সোণৰ গুটি,
সেউজীয়া… সেউজীয়া…
সেউজীয়া… সেউজীয়া…
