Etiya Hiya Mur (এতিয়া হিয়া মোৰ) | Tumi Mur Mathu Mur | Lyrics | Zubeen Garg

Published on February 6, 2020

Song: Etiya Hiya Mur (এতিয়া হিয়া মোৰ)Singer: Zubeen GargAlbum: Tumi Mur Mathu Mur


Etiya Hiya Mur (এতিয়া হিয়া মোৰ) Lyrics :—

তিন তিনাক তিন তিন তাৰা
তিনাক তিন তিন তিন তাৰা…..
তিন তিনাক তিন তিন তাৰা
তিনাক তিন তিন তিন তাৰা…..
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে
উঠে উঠে দিলা কিনো
মনৰে ঠিকনা
চকুতে চকু থয়
বোৱালা কামনা
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে……
(বুকুৰে ভিতৰে 
মৰমে নিগৰে
দাৱৰে পোহৰে
তোমাকে সামৰে)-২X
ধৌ খেলা চুলিৰে
সৰতৰ লুকা-ভাকু
মিছিকিয়া হাঁহিৰে যেন
সিপাৰ ইপা‍ৰ বুকু
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে…..
(তুুমি সোন বুকুৰে
তুমি সুনিতৰে
তুমি সপোনৰে 
তুমি দিঠকৰে)-২X
নীলা নীলা চকুজুৰিত
আন্ধাৰে কথা ক’লে
আলফুল দুবাহুত আকৌ
জীৱনে উশাহ পালে অ……
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে…..
উঠে উঠে দিলা কিনো
মনৰে ঠিকনা
চকুতে চকু থয়
বোৱালা কামনা